33 C
Guwahati
Monday, April 29, 2024
- Advertisement -

CATEGORY

উত্তৰ-পূৰ্বাঞ্চল

Arunachal Pradeshত ভয়ংকৰ ঘটনা! দায়িত্বত থকা আৰক্ষীৰ পৰা প্ৰথমে কাঢ়িলে AK47; তাৰ পিছত সেইটোৰে গুলীয়াই হত্যা (Murder) কৰি জেলৰ পৰা পলাল ২ কয়দী

Arunachal Pradesh 2 NSCN (Khaplang) Rebels Escape From Jail: অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) টিৰাপ জিলাৰ (Tirap district) খোনছা কাৰাগাৰত (Khonsa Jail) সংঘটিত হয় এক...

Weather Alert: ৰাজ্যত আগন্তুক ৫ দিনলৈ দিব বৰষুণ! বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণৰ আশংকা, বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এই কথা…

Assam Weather Alert: আগন্তুক ৫ দিনলৈ ডাৱৰীয়া হৈয়েই থাকিব অসম তথা উত্তৰ-পূবৰ (North-East) ৰাজ্যসমূহৰ আকাশ। বতৰৰ এই আগজাননী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই...

Army Helicopter Crash: অৰুণাচলত (Arunachal) ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ২জন পাইলটৰ মৃত্যু, দৈনন্দিন উৰণৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত সেনাৰ ‘চিতা’ হেলিকপ্টাৰখন

Army Helicopter Crash: অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মান্দালা পাহাৰত (Mandala Hills) ভাৰতীয় সেনাৰ (Indian Army Cheetah Helicopter Has Crashed Near Mandala Hills) চিতা হেলিকপ্টাৰ...

Assembly Election 2023 Results: নাগালেণ্ডত (Nagaland) আৰু ত্ৰিপুৰাত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ; বৰ্তমানেও স্পষ্ট হোৱা নাই মেঘালয়ত কোনে গঠন কৰিব চৰকাৰ!

Assembly Election 2023 Results: নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ (Nagaland Assembly Election 2023 Results)। বিজেপি মিত্ৰজোঁটে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা। ৬০খন আসনৰ ভিতৰত ৩৮খনেই...

Nagaland Election Result 2023: ৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ইতিহাস ৰচিলে নাগালেণ্ডে; প্ৰথমবাৰৰ বাবে ২ গৰাকী মহিলা প্ৰাৰ্থীৰ জয়লাভ, কোন এই দুগৰাকী মহিলা?

Nagaland Election Result 2023: দুগৰাকী মহিলা প্ৰাৰ্থীৰ জয়েৰে নাগালেণ্ডে ৰচিলে ইতিহাস। ছালহুটুৱানো ক্ৰুছ (Salhoutuonuo Kruse) আৰু হেকানি জাখালু (Hekani Jakhalu) প্ৰথমবাৰৰ বাবে ২০২৩ বৰ্ষৰ...

Assembly Election Results 2023: কোনে মাৰিব শেষ হাঁহি…পুৱা ৮ বজাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৩ ৰাজ্য ক্ৰমে নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Assembly Election Results 2023: আজি ঘোষণা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল (Election Results)। তিনিখন ৰাজ্যৰ ১৭৮ খন আসনত ১৬ আৰু ২৭ ফেব্ৰুৱাৰীত...

খুবেই মর্মান্তিক! নিৰ্বাচনী দায়িত্বৰ বাবে গৈ আছিল; কিন্তু আদবাটতে এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Accident) অকালতে প্ৰাণ কাঢ়িলে এজন নিৰ্বাচনী বিষয়াৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Horrific Road Accident) অকালতে প্ৰাণ কাঢ়িলে এজন নিৰ্বাচনী বিষয়াৰ (Election Officer Died)। মেঘালয়ত (Meghalaya) দেওবাৰে পুৱতি নিশা সংঘটিত এক পথ...

Guwahati Double Murder| অৱশেষত উদ্ধাৰ বন্দনা কলিতাই হত্যা কৰা স্বামী অমৰজ্যোতি দে’ৰ মৃতদেহৰ অৱশিষ্ট; ডাউকীত প্লাষ্টিকৰ পেকেটত উদ্ধাৰ হাত-ভৰিৰ দুটাকৈ টুকুৰা, ৰাজহাড় আৰু টি-ছাৰ্ট

গুৱাহাটীৰ নুনমাটিৰ (Noonmati) ডাবল মাৰ্ডাৰ কাণ্ড (Guwahati Double Murder)। অৱশেষত উদ্ধাৰ বন্দনা কলিতাই হত্যা কৰা স্বামী অমৰজ্যোতি দে'ৰ মৃতদেহৰ অৱশিষ্ট। ডাউকীত (Dawki) প্লাষ্টিকৰ পেকেটত...

Tripura Assembly Election 2023: ত্রিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত; মুঠ ৩,৩৩৭টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্ৰহণ

Tripura Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে। বিয়লি ৪ বজালৈ চলিব এই ভোটগ্ৰহণ। উল্লেখ্য যে, আজি মুঠ...

Latest news

- Advertisement -spot_img