32 C
Guwahati
Thursday, May 16, 2024

খুবেই মর্মান্তিক! নিৰ্বাচনী দায়িত্বৰ বাবে গৈ আছিল; কিন্তু আদবাটতে এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Accident) অকালতে প্ৰাণ কাঢ়িলে এজন নিৰ্বাচনী বিষয়াৰ

এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Horrific Road Accident) অকালতে প্ৰাণ কাঢ়িলে এজন নিৰ্বাচনী বিষয়াৰ (Election Officer Died)

Must Read

এক ভয়ংকৰ পথ দুৰ্ঘটনাই (Horrific Road Accident) অকালতে প্ৰাণ কাঢ়িলে এজন নিৰ্বাচনী বিষয়াৰ (Election Officer Died)। মেঘালয়ত (Meghalaya) দেওবাৰে পুৱতি নিশা সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় চেছান মাৰাক নামৰ বিষয়াজনৰ।

জানিব পৰা অনুসৰি, মৃত মাৰাকসহ এটা দল নিৰ্বাচনী দায়িত্বৰ বাবে ফোটামাটিলৈ গৈ থকা অৱস্থাত পশ্চিম গাৰো পাহাৰৰ টিক্ৰিকিল্লাৰ সমীপত দলটো দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ পিছত আটাই কেইজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত মাৰাকৰ মৃত্যু ঘটে। মাৰাক তুৰাৰ বাসিন্দা আৰু গাম্বেগ্ৰে ব্লকত এমজিএনৰেগাৰ কাৰিকৰী সহায়ক আছিল আৰু জাংৰাপাৰা ভোটগ্ৰহণ (Meghalaya Election) কেন্দ্ৰত পুলিং বিষয়া (Polling Officer) হিচাপে নিয়োজিত হৈছিল।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Double Murder: টকাৰ বাবেই বন্দনা কলিতাৰ স্বামী-শাহুক হত্যা কৰাত সংগ দিছিল অৰূপ ডেকাই; অৰূপে বন্দনাৰ পৰা লৈছিল ২ লাখ টকা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -