32 C
Guwahati
Thursday, May 16, 2024

Arunachal Pradeshত ভয়ংকৰ ঘটনা! দায়িত্বত থকা আৰক্ষীৰ পৰা প্ৰথমে কাঢ়িলে AK47; তাৰ পিছত সেইটোৰে গুলীয়াই হত্যা (Murder) কৰি জেলৰ পৰা পলাল ২ কয়দী

Arunachal Pradesh Incident: অৰুণাচলৰ খুনছাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জানিব পৰা অনুসৰি, জেলৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ কয়দীৰ।

Must Read

Arunachal Pradesh 2 NSCN (Khaplang) Rebels Escape From Jail: অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) টিৰাপ জিলাৰ (Tirap district) খোনছা কাৰাগাৰত (Khonsa Jail) সংঘটিত হয় এক ভয়ংকৰ ঘটনা (Horrific Incident)। জানিব পৰা অনুসৰি, কনিষ্টবলক গুলীয়াই হত্যা কৰি জেলৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ কয়দীৰ (Constable Died)

Arunachal Pradeshত ভয়ংকৰ ঘটনা!
Arunachal Pradeshত ভয়ংকৰ ঘটনা!

পলায়ন কৰা কয়দী দুটা NSCN K(NS)ৰ কেডাৰ বুলি জানিব পৰা গৈছে। পলাতক ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া (Rocksen Homchha and Tipu Kitnya Escape From Jail)। প্ৰথমে দুই কয়দীয়ে কৰ্তব্যৰত কনিষ্টবলৰ পৰা AK47 কাঢ়ি নিয়ে। তাৰ পিছতে কনিষ্টবল ৱাংনিয়াম বছাইক সেই ৰাইফলেৰে গুলীয়াই হত্যা (Killed Constable) কৰি পলায়ন কৰে। জেলৰ নিৰাপত্তাৰ দায়িত্বত আছিল মৃত জোৱানজন।

দেওবাৰে বিয়লি সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো (Horrific Incident)। এই ঘটনাৰ পিছতে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে (Arunachal Pradesh Police) দুয়োটা কয়দীকে ধৰাৰ বাবে চলাইছে তীব্ৰ অভিযান।

এই ঘটনাৰ সত্যতা নিশ্চিত কৰিছে টিৰাপৰ আৰক্ষী অধীক্ষকে। টিৰাপৰ আৰক্ষী অধীক্ষকে কয়, ‘‘এনএছচিএন কে (এনএছ)ৰ ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া নামৰ দুই অভিযুক্তই ৱাংনিয়াম বছাই নামৰ কৰ্তব্যৰত কনিষ্টবলজনৰ পৰা ছাৰ্ভিচ ৰাইফল কাঢ়ি নিয়ে আৰু তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে। তাৰ পিছতে দুই কয়দীয়ে পলায়ন কৰে।’’

কনিষ্টবলজনৰ পেটৰ অংশত গুলী লাগে আৰু সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণৰ সময়ত মৃত্যুক সাবটি লয়। আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি, কাঢ়ি নিয়া ৰাইফলটো লৈ পলায়ন কৰে। সূত্ৰ অনুসৰি, অন্তিম সংস্কাৰৰ বাবে কনিষ্টবলজনৰ মৃতদেহ খোনছালৈ অনা হৈছে।

Photo: Twitter

লগতে পঢ়কঃ How To Prayer Lord Shiva On Mondays| ভগৱান শিৱক এই ৫ বিধ সামগ্ৰী আগবঢ়ালে আঁতৰিব আপোনাৰ দৰিদ্ৰতা; অভাৱ নহ’ব ধনৰ, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -