23 C
Guwahati
Monday, May 6, 2024

IBA Womens World Boxing Championship| আকৌ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে (Lovlina Borgohain)! ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনাৰ; জয়ী হোৱা মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে

দেওবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত (IBA Womens World Boxing Championship) অলিম্পিক পদক বিজয়ী লভলিনা বৰগোহাঁয়ে বিশ্ব খিতাপ দখল কৰে

Must Read

IBA Womens World Boxing Championship| পুনৰ বক্সিং ৰিঙত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোঁহাই। এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণজয়ৰে ইতিহাস ৰচিলে লাভলীনাই (Lovlina Borgohain Added Fourth Gold To India’s Tally At The IBA Women’s World Boxing Championship In New Delhi)। ৭৫ কিলো মহিলা বক্সিঙত সোণৰ পদক জয় কৰে অসম কন্যাগৰাকীয়ে (Lovlina Borgohain Bags Gold At World Boxing Championship)

দেওবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত (IBA Womens World Boxing Championship) অলিম্পিক পদক বিজয়ী লভলিনা বৰগোহাঁয়ে বিশ্ব খিতাপ দখল কৰে। মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ স্ক’ৰত চতুৰ্থ সোণৰ পদক সংযোজন কৰে বৰগোহাঁয়ে। কমনৱেলথ গেমছৰ দুবাৰৰ পদক বিজয়ী অষ্ট্ৰেলিয়াৰ কেটলিন পাৰ্কাৰক ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক মেচত পৰাস্ত কৰে।

ফাইনেলত অষ্ট্ৰেলিয়ান প্ৰতিদ্বন্দ্বী এনি কেটলিন পাৰ্কাৰক ৫-২ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণিল ইতিহাস ৰচিলে লাভলীনাই (Lovlina Defeated Australia’s Caitlin Anne Parker With 5-2 Split)

লাভলীনা বৰগোঁহাইৰ এই সাফল্যৰ মুহূৰ্তৰ এটা ভিডিঅ’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত শ্বেয়াৰ কৰে (CM Himanta Biswa Sarma Tweet)। ভিডিঅ’টো শ্বেয়াৰ কৰি লগতে লিখিলে- ‘স্বৰ্ণ জয়েৰে লাভলীনাই আকৌ ৰাখিলে অসমৰ গৌৰৱ। অভিনন্দন লাভলীনা বৰগোহাঁই।

Photo: Twitter

লগতে পঢ়কঃ 2 Died Horrific Accident: পিতৃ-মাতৃহীন হ’ল এটি শিশু; পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে, কোনোমতে প্ৰাণৰক্ষা সন্তানৰ, টোপনিতে গছত ভয়ংকৰ খুন্দা বাহনৰ, চূৰ্ণ-বিচূৰ্ণ বাহনখন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -