31 C
Guwahati
Saturday, May 18, 2024

2 Died Horrific Accident: পিতৃ-মাতৃহীন হ’ল এটি শিশু; পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়ে, কোনোমতে প্ৰাণৰক্ষা সন্তানৰ, টোপনিতে গছত ভয়ংকৰ খুন্দা বাহনৰ, চূৰ্ণ-বিচূৰ্ণ বাহনখন

2 Died Horrific Accident: দেওবাৰে নলবাৰীৰ (Nalbari) মুগকুছিত (Mugkuchi) মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)

Must Read

2 Died Horrific Accident: দেওবাৰে নলবাৰীৰ (Nalbari) মুগকুছিত (Mugkuchi) মাজনিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)। নলবাৰীৰ পৰা নিজ ঘৰ বগলচৰোডলৈ অহাৰ পথত As 01EZ 4055 নম্বৰৰ ব্যক্তিগত বাহনখনে তীব্ৰবেগত এডাল গছত খুন্দা মাৰে (Car Colided With Tree)

দুৰ্ঘটনাটোত একেলগে প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীয়ে (Husband And Wife Died Together In Road Accident)৷ অৱশ্যে কোনোমতে প্ৰাণ ৰক্ষা পৰে কণমানি সন্তানৰ (Critically Injured Child)। দুৰ্ঘটনাটোৰ পিছতে আহত শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। টোপনিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ‌কৰা হৈছে।

নিশা প্ৰায় এক বজাত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত নিহত স্বামীৰ নাম সঞ্জয় শৰ্মা, আৰু পত্নীৰ নাম মানসী শৰ্মা বুলি জানিব পৰা গৈছে (2 Died Horrific Accident)। আনহাতে আহত শিশুটিৰ কোনো পৰিচয় লাভ কৰিব পৰা নাই।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বাহনখনত জুইৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত নলবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় আৰু জুই নিয়ন্ত্ৰণ কৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় বাহনখন। বাহনখন কাটি উলিয়াবলগীয়া হয় নিহত লোক দুগৰাকীক।

Photo & input: Batori24

লগতে পঢ়কঃ Rhino Poaching In Assam: ৪ বছৰৰ পিছত আকৌ গঁড় হত্যা; ২০১৯ চনৰ পৰা নোহোৱা ঘটনা পুনৰ ঘটিল, বাগৰি ৰেঞ্জত এটা গঁড় হত্যা কৰিলে চোৰাংচিকাৰীয়ে, হত্যা কৰি কাটি নিলে খৰ্গ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -