22.3 C
Guwahati
Friday, May 3, 2024

How To Prayer Lord Shiva On Mondays| ভগৱান শিৱক এই ৫ বিধ সামগ্ৰী আগবঢ়ালে আঁতৰিব আপোনাৰ দৰিদ্ৰতা; অভাৱ নহ’ব ধনৰ, পিছে জানো আহক কি কি?

How To Prayer Lord Shiva On Mondays: ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কোনো ব্যয়বহুল সামগ্ৰীৰ প্ৰয়োজন নহয়। তেওঁক সন্তুষ্ট কৰিবলৈ এচলু পানীয়েই যথেষ্ট। ভগৱান শিৱই ভক্তই যি বিচাৰে সেয়াই বৰদান হিচাপে দিয়ে।

Must Read

How To Prayer Lord Shiva On Mondays| ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কোনো ব্যয়বহুল সামগ্ৰীৰ প্ৰয়োজন নহয়। তেওঁক সন্তুষ্ট কৰিবলৈ এচলু পানীয়েই যথেষ্ট। ভগৱান শিৱই ভক্তই যি বিচাৰে সেয়াই বৰদান হিচাপে দিয়ে। যদি আপুনিও মহাদেৱৰ আৰ্শীবাদ বিচাৰে আৰু জীৱনৰ সকলো সমস্যা নাইকিয়া হোৱাটো বিচাৰে বা টকাৰ অভাৱ নোহোৱাটো বিচাৰে তেন্তে প্ৰতি সোমবাৰে এই ৫ বিধ সামগ্ৰী শিৱ ভগৱানৰ চৰণত আগবঢ়াওক। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইকেইবিধ সামগ্ৰী আগবঢ়ালে ভগৱান শিৱই আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব (How To Prayer Lord Shiva On Mondays)

আহক জানি লওক এই ৫ বিধ বস্তু কি কি (How To Prayer Lord Shiva With This 5 Things On Mondays)|?

১. পানী (Water)

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ কোনো ব্যয়বহুল সামগ্ৰীৰ প্ৰয়োজন নহয়। তেওঁক সন্তুষ্ট কৰিবলৈ এচলু পানীয়েই যথেষ্ট। শিৱ ভগৱানৰ মন্ত্ৰ পাঠ কৰি পানী আগবঢ়ালে মানুহৰ স্বভাৱো শান্ত আৰু মৰমিয়াল হৈ পৰে।

২. চেনি (Sugar)

আপোনাৰ জীৱনৰ পৰা দৰিদ্ৰতা আঁতৰ কৰিবলৈ ভগৱান শিৱক চেনি আগবঢ়াওক। ইয়ে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি টানি লৈ আহিব। শিৱ ভগৱানক বিশেষভাৱে চেনি আগবঢ়াওক আৰু দৰিদ্ৰতা দূৰ কৰক।

লগতে পঢ়কঃ 5 Skin Benefits Of Drinking Water: এদিনত কিমান গিলাচ পানী খাব লাগে জানেনে? যদি জানে আপোনাৰে লাভ, যদি নাজানে তেন্তে আপোনাৰে হৈ আছে লোকচান, পিছে আহক জানি লওক

৩. আতৰ (Ittar)

শিৱ ভগৱানক সন্তুষ্ট কৰিবলৈ আতৰ দিব পাৰে। শিৱলিংগত আতৰ দিলে শিৱ ভগৱানে আমাক ভুল পথলৈ যোৱাৰ পৰা আঁতৰাই ৰাখে। লগতে আমাৰ চিন্তা-ভাৱনাও বিশুদ্ধ হয়। গতিকে প্ৰতি সোমবাৰে এই প্ৰিয় সুগন্ধি ভগৱান শিৱক আগবঢ়াওক।

৪. কেশৰ (Keshar)

শিৱ ভগৱানক পূজা কৰাৰ সময়ত কেশৰ অৰ্পণ কৰিলে কথাত কোমলতা আহে। গতিকে প্ৰতি সোমবাৰে ভগৱান শিৱৰ পূজা কৰাৰ সময়ত কেশৰ অৰ্পণ কৰক।

৫. ঘিউ (Ghee)

শিৱলিংগক পূজা বা অভিষেক কৰাৰ সময়ত ঘিউ আগবঢ়ালে আমাৰ শক্তি বৃদ্ধি হয়। বিশেষকৈ সোমবাৰে ঘিউ আগবঢ়ালে আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব।

সতৰ্কীকৰণঃ এই লেখাত দিয়া তথ্য সাধাৰণ ধাৰণাৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Photo: Google

লগতে পঢ়কঃ IBA Womens World Boxing Championship| আকৌ ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে (Lovlina Borgohain)! ৭৫ কেজি শাখাত স্বৰ্ণ জয় লাভলীনাৰ; জয়ী হোৱা মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -