32 C
Guwahati
Monday, April 29, 2024

Vastu Home Positivity: বিশ্বাস কৰক বা নকৰক! জীৱনৰ সকলো সমস্যা দূৰ কৰিব এইসমূহ বাস্তু টিপছে; এবাৰ পঢ়ক আৰু কৰি চাওক…

Vastu Home Positivity: বাস্তু অনুসৰি (Vastu Tips), ঘৰত থকা প্ৰতিটো বস্তুৰে কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক শক্তি আছে

Must Read

Vastu Home Positivity: ঘৰ এটা সঁজাওতে বাস্তু শাস্ত্ৰৰ নিয়মসমূহ মানি চলাটো খুবেই প্ৰয়োজন বুলি বিশ্বাস কৰা হয়।

বাস্তু অনুসৰি (Vastu Tips), ঘৰত থকা প্ৰতিটো বস্তুৰে কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক শক্তি আছে। ইতিবাচক শক্তিয়ে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি লৈ আহে। ঘৰৰ সুখ-শান্তি বজাই ৰাখিবলৈ আপুনি মানি চলিবলগীয়া কেইটামান বাস্তু টিপছ জানি লও আহক।

আহক জানো বাস্তু টিপছসমূহ কি কি (Vastu Home Positivity)-

১. ঘৰৰ মন্দিৰটো আটাইতকৈ পৱিত্ৰ স্থান। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি দেৱ-দেৱীসকলে ঘৰৰ উত্তৰ-পূব দিশত বাস কৰে। সেয়েহে এই দিশত মন্দিৰ থকাটো অতি শুভ বুলি গণ্য কৰা হয় (Vastu Home Positivity)

২. ঘৰৰ গছ-গছনিত নিয়মীয়াকৈ পানী দিব লাগে। শুকান গছ-উদ্ভিদে জীৱনত নেতিবাচক প্ৰভাৱ পেলায়।

৩. বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ পাৰ্কিঙৰ বাবে উত্তৰ-পশ্চিম দিশটো আটাইতকৈ শুভ।

৪. শোৱনি কোঠাৰ দুৱাৰৰ ফালে ভুলতো ভৰি দি শুব নালাগে। ই জীৱনলৈ নানান সমস্যা কঢ়িয়াই আনে।

৫. কেতিয়াও ঘৰ বা কোঠাৰ সজ্জাত কাঁইটীয়া উদ্ভিদ ব্যৱহাৰ নকৰিব।

৬. বাস্তু শাস্ত্ৰৰ মতে অগ্নি সম্পৰ্কীয় সঁজুলিবোৰ ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে।

৭. ঘৰটো সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। চৌদিশে লেতেৰা থাকিলে মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হোৱাৰ লগতে পৰিৱেশটো অস্বাস্থ্যকৰ কৰি তোলে (Vastu Home Positivity)

Photo: Google

লগতে পঢ়কঃ Golaghat Road Accident: খুবেই দুখলগা! অকালতে প্ৰাণ হেৰুৱালে ২ ছাত্ৰ নেতাই; একেদিনাই একেটা পথ দুৰ্ঘটনাত মৃত্যু দিপ্লু আৰু কৌশিকৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -