30.9 C
Guwahati
Friday, May 3, 2024

Constipation Problem: আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে নেকি? যদি আছে তেন্তে এইটো উপায় Try কৰি চাব পাৰে; তাৰ আগতে জানি লওক কি?

Constipation Problem Treatment: কোনো মানুহে নিবিচাৰে যে তেওঁ কেতিয়াও কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সন্মুখীন হওক, কিন্তু যদি আপোনাৰ এই সমস্যা আছে তেন্তে আপুনি এটা বিশেষ উপায় কৰি চাব পাৰে

Must Read

Constipation Problem Treatment: ভাৰতত তেলেতীয়া আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰৱণতা অধিক, এইবোৰ খাবলৈ যদিও সুস্বাদু কিন্তু ই স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।

সাধাৰণতে আমি যি ফাষ্ট আৰু জাং ফুড খাও সেইবোৰ হজম  হওতে সময় লাগে, যাৰ ফলত পেটত সমস্যাৰ সৃষ্টি হয়।

প্ৰায়ে আপুনি দেখিছে যে যিসকল লোকে কিবা-কিবি বস্তু খাই থাকে সেইসকল লোকৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকেই (Constipation Problem Treatment)। অৱশ্যে, এই সমস্যাটো কেনেদৰে দূৰ কৰিব তাৰে উপায় ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে (Nikhil Vats) কৈছে।

গাখীৰ আৰু ঘিঁৰ সহায়েৰে কোষ্ঠকাঠিন্য দূৰ কৰক (Constipation Problem Treatment)

যিসকল লোকৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা আছে সেইবোৰ মানুহৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক কাৰ্যকলাপো কঠিন হৈ পৰে।

এনে পৰিস্থিতিত যদি আপুনি নিশা এগিলাচ গাখীৰত এচামুচ ঘিঁ মিহলি কৰি খাই তেন্তে হজম সম্পূৰ্ণৰূপে আৰোগ্য হ’ব পাৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰিব পাৰে (Constipation Problem Treatment)

গাখীৰক এক সম্পূৰ্ণ খাদ্য বুলি গণ্য কৰা হয় য’ত সকলো ধৰণৰ পুষ্টি পোৱা যায়। একে সময়তে ঘিঁত প্ৰাকৃতিক চৰ্বি থাকে। গাখীৰ আৰু ঘিঁৰ সংমিশ্ৰণ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

গাখীৰ আৰু ঘিঁৰ খোৱাৰ অন্যান্য লাভালাভঃ (Constipation Problem Treatment)-

১. হাড় শক্তিশালী হ’ব (Strong Bones)

Constipation Problem Treatment

আপুনি প্ৰায়ে দেখিছে যে কিছুমান লোকৰ হাড়ৰ বিষৰ সমস্যা থাকে এনে পৰিস্থিতিত তেওঁলোকে নিশা গাখীৰ আৰু ঘিঁ মিহলাই খাব পাৰে, ই গাঁঠিত লুব্ৰিকেচন হিচাপে কাম কৰে, যি প্ৰদাহ আঁতৰ কৰিব পাৰে।

২. আৰামদায়ক টোপনি আহিব (Good Sleep)

Constipation Problem Treatment

গাখীৰ আৰু ঘিঁ মিহলি কৰি ৰাতি খোৱাৰ পৰামৰ্শ এইকাৰণে দিয়া হয় কাৰণ ইয়াৰ দ্বাৰা সেইসকল লোক যথেষ্ট উপকৃত হ’ব যিসকল লোকৰ ৰাতি টোপনি নাহে। এইবিধ পানীয় খালে আপোনাৰ ৭ৰ পৰা ৮ ঘণ্টা আৰামদায়ক টোপনি আহিব।

৩. ষ্টেমিনা বৃদ্ধি হ’ব (Increase Stamina)

Constipation Problem Treatment

যদি আপোনাৰ শাৰীৰিক কাৰ্যকলাপ অধিক হয় আছে তেন্তে আপোনাক অধিক শক্তি আৰু মনোবলৰ প্ৰয়োজন হ’ব, সেয়েহে যদি আপুনি নিয়মীয়াকৈ গাখীৰ আৰু ঘিঁ মিহলি কৰি খাই, তেন্তে কেইসপ্তাহমানৰ ভিতৰত আপুনি লাভালাভবোৰ দেখা পাব।

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য ঘৰুৱা প্ৰতিকাৰ আৰু সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।)

Photo: Google

লগতে পঢ়কঃ Nilachal Flyover Polluted: এচামৰ বাবে লজ্জিত গুৱাহাটীবাসী! মুকলিৰ মাত্ৰ ২ ঘণ্টাৰ ভিতৰতে নীলাচল উৰণ সেঁতু কৰিলে “ৰাঙলী”; চূড়ান্ত অসভ্যালি এচাম লোকৰ…আপুনি কি নাম দিব “এইসকল লোকক”?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -