32 C
Guwahati
Wednesday, May 15, 2024

Golaghat Road Accident: খুবেই দুখলগা! অকালতে প্ৰাণ হেৰুৱালে ২ ছাত্ৰ নেতাই; একেদিনাই একেটা পথ দুৰ্ঘটনাত মৃত্যু দিপ্লু আৰু কৌশিকৰ…

Golaghat Road Accident In Assam: সোমবাৰে গোলাঘাটত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাটোত টাই আহোম ছাত্র সন্থাৰ দুই নেতাৰ অকাল মৃত্যু

Must Read

Golaghat Road Accident In Assam: সোমবাৰে গোলাঘাটত (Golaghat) সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road Accident)। এই পথ দুৰ্ঘটনাটোত টাই আহোম ছাত্র সন্থাৰ দুই নেতাৰ অকাল মৃত্যু ঘটে।

দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে। কৰুণ মৃত্যুক (Tragic Died) সাৱটি লোৱা যুৱক দুজনৰ নাম দিপ্লু গগৈ আৰু কৌশিক গগৈ বুলি জানিব পৰা গৈছে। নামবৰ অভয়াৰণ্যত সংঘটিত হৈছে এই দুৰ্ঘটনাটো (Golaghat Road Accident)

উল্লেখ্য যে, দেওবাৰে নিশাৰে পৰা সন্ধানহীন হৈ আছিল দুয়োজন যুৱক। সোমবাৰে আৰক্ষীৰ (Golaghat Police) সহযোগত পৰিয়ালৰ লোকে সন্ধান লাভ কৰে দুয়োৰে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি বাইক দুৰ্ঘটনাত (Bike Accident) মৃত্যু হৈছে দুয়োজন ছাত্ৰ নেতাৰ।

Golaghat Road Accident Golaghat Road Accident

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। যুৱক দুজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালত কান্দোনৰ ৰোল (Golaghat Road Accident)

Photo: Batori24

লগতে পঢ়কঃ Guwahati Road Accident: “মদ”ৰ বাবে আন এক ভয়ংকৰ দুৰ্ঘটনা! অল্ট’ বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী কিয়া বাহনৰ; সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ কিয়াখন, মদৰ নিচাত আছিল কিয়াৰ চালক, আহত কেইবাজনো

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -