28 C
Guwahati
Sunday, May 5, 2024

Guwahati Road Accident: “মদ”ৰ বাবে আন এক ভয়ংকৰ দুৰ্ঘটনা! অল্ট’ বাহনত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী কিয়া বাহনৰ; সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ কিয়াখন, মদৰ নিচাত আছিল কিয়াৰ চালক, আহত কেইবাজনো

Guwahati Road Accident Several Injured: ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে এটাৰ পিছত আনটো পথ দুৰ্ঘটনাৰ ঘটনা (Horrific Road Accident)

Must Read

Guwahati Road Accident Several Injured: ৰাজ্যত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে এটাৰ পিছত আনটো পথ দুৰ্ঘটনাৰ ঘটনা (Horrific Road Accident)।

আৰু ইয়াৰ প্ৰায়ভাগ পথ দুৰ্ঘটনা সুৰাৰ (Alcohol) বাবে সংঘটিত হৈছে।

সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Guwahati Road Accident)। এই দুৰ্ঘটনাটো সুৰাৰ বাবে সংঘটিত হয়। সুৰাৰ নিচাতে দ্ৰুতগতিত গাড়ী চলাই এই পথ দুৰ্ঘটনা সংঘটিত হয়। মহানগৰীৰ খানাপাৰাত (Khanapara) সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

খানাপাৰাত আজি পুৱা ৫ বজাত এখন কিয়া বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে এখন অল্ট’ বাহনত (Kia Car Colided With Alto Car)। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে কিয়া বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায়। ইফালে অল্ট’ বাহনখন ওলোটাকৈ বাগৰি পৰে।

Guwahati Road Accident Guwahati Road Accident Guwahati Road Accident

এই দুৰ্ঘটনাটোত দুয়োখন বাহনৰে আটাইকেইজন লোক গুৰুতৰভাবে আহত হয় (Several Injured)। দুৰ্ঘটনা সংঘটিত কৰা কিয়া বাহনখনৰ পৰা কেইবাটাও মদৰ বটল উদ্ধাৰ কৰা হয়। আহত আটাইকেইজনকে হাস্পতাললৈ প্ৰেৰণ কৰা হয় (Guwahati Road Accident)

Photo: Batori24

লগতে পঢ়কঃ ISRO Scientist Death: হেৰাই গ’ল ISROৰ কণ্ঠ! বিজ্ঞানী N Valarmathiৰ দেহাৱসান; শেষবাৰৰ বাবে চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট-ডাউন কৰিছিল এইগৰাকী বিজ্ঞানীয়ে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -