22 C
Guwahati
Sunday, May 5, 2024

ISRO Scientist Death: হেৰাই গ’ল ISROৰ কণ্ঠ! বিজ্ঞানী N Valarmathiৰ দেহাৱসান; শেষবাৰৰ বাবে চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত কাউণ্ট-ডাউন কৰিছিল এইগৰাকী বিজ্ঞানীয়ে…

ISRO Scientist Death N Valarmathi: চন্দ্ৰযান-৩ মিছনসহ ৰকেট উৎক্ষেপণৰ সময়ত ওলোটা গণনাত নিজৰ কণ্ঠদান কৰা ইছৰো বিজ্ঞানী এন বলাৰমথীৰ কাৰ্ডিয়েক (৫০) এৰেষ্টৰ বাবে মৃত্যুক সাৱটি লয়। শনিবাৰে সন্ধিয়া চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত তেওঁৰ মৃত্যু ঘটে

Must Read

ISRO Scientist Death N Valarmathi: চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ সময়ত ইয়াৰ কাউণ্ট-ডাউনত কণ্ঠদান কৰা ইছৰো বিজ্ঞানী এন বলাৰমথীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মহিলা বিজ্ঞানীগৰাকীৰ মৃত্যুৰ আঁৰত কাৰ্ডিয়েক এৰেষ্ট হয় (Isro Scientist Valarmathi Passes Away Voice Behind Chandrayaan 3 Launch Countdown)

দেওবাৰে বলাৰমথীয়ে শেষ উশাহ লয়। উল্লেখ্য চন্দ্ৰযান-৩ (Chandrayaan 3) তৃতীয়টো মুন মিছন হয় যিটোৰ উৎক্ষেপণ ১৪ জুলাইত কৰা হৈছিল আৰু এই কাউণ্ট-ডাউনতে বলাৰমথীয়ে নিজৰ শেষৰটো উশাহ দিছিল। চন্দ্ৰযান-৩ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল।

কেনেদৰে হ’ল মৃত্যু (ISRO Scientist Death)

বলাৰমথীৰ বয়স ৫০ বছৰতকৈ অধিক আছিল আৰু তেওঁ বিগত কেইবাদিনো ধৰি অসুস্থ হৈ আছিল, তেওঁক চেন্নাইৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটে (Cardiac Arrest)

ISRO Scientist Death

বলাৰমথীয়ে ইছৰোৰ সেইগৰাকী বিজ্ঞানী আছিল যিয়ে পৃথিৱীৰ পৰা চন্দ্ৰলৈ চন্দ্ৰযানৰ তিনিওটা উৎক্ষেপণৰ ওলোটা গণনা আৰম্ভ কৰিছিল (ISRO Scientist Death)

কেৱল এয়াই নহয় বলাৰমথীক বিগত ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰা আদিত্য এল ১ মহাকাশ যানৰ চি৫৭ ৰকেটৰ কাউণ্টডাউনতো নিজৰ কণ্ঠ দিয়াৰ কথা আছিল, কিন্তু বেয়া স্বাস্থ্যৰ বাবে এইটো সম্ভৱ হৈ নুঠিল আৰু তেওঁৰ সলনি আন এজনে উৎক্ষেপণ কাউণ্ট-ডাউন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰেও তেওঁক শ্ৰদ্ধাঞ্জলি দিয়ে (ISRO Scientist Death)

তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰি, ইছৰোৰ প্ৰাক্তন পৰিচালক ডাঃ পিবি বেংকটকৃষণে X (আগৰ টুইটাৰ)ত কয় যে, ‘বলাৰমথী মেডামৰ কণ্ঠ শ্ৰীহৰিকোটাৰ পৰা ইছৰোৰ (ISRO) ভৱিষ্যত মিছনৰ ওলোটা গণনাৰ বাবে এতিয়া আৰু নাই। চন্দ্ৰযান-৩ তেওঁৰ শেষৰটো মিছন আছিল (Isro Scientist Valarmathi Passes Away)। এক অপ্ৰত্যাশিত মৃত্যু। বহুত দুখ অনুভৱ কৰিছো। প্ৰণাম!..

Photo: Google

লগতে পঢ়কঃ Mother Killed 2 Child: জন্মদাত্ৰী হৈ পৰিল ঘাতক! একেদিনাই ২টি কণমানি “কন্যা” সন্তানক হত্যা মাতৃৰ; পানীত ডুবাই ডুবাই নিষ্ঠুৰভাবে হত্যা কৰিলে ৩ আৰু ১ বছৰীয়া কন্যাক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -