31 C
Guwahati
Tuesday, May 21, 2024

Mother Killed 2 Child: জন্মদাত্ৰী হৈ পৰিল ঘাতক! একেদিনাই ২টি কণমানি “কন্যা” সন্তানক হত্যা মাতৃৰ; পানীত ডুবাই ডুবাই নিষ্ঠুৰভাবে হত্যা কৰিলে ৩ আৰু ১ বছৰীয়া কন্যাক

Mother Killed 2 Child At Cachar: শুকুৰবাৰে পুৱাই কাছাৰৰ (Cachar) কচুৰদাৰমত সংঘটিত হয় এক অমানৱীয় ঘটনা

Must Read

Mother Killed 2 Child At Cachar: শুকুৰবাৰে পুৱাই কাছাৰৰ (Cachar) কচুৰদাৰমত সংঘটিত হয় এক অমানৱীয় ঘটনা (Tragic Incident)। জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ হেৰুৱালে ২টি কণমানি সন্তানে।

কণমানি সন্তান দুটিক পানীত ডুবাই ডুবাই হত্যা কৰাৰ অভিযোগ মাতৃৰ বিৰুদ্ধে। জানিব পৰা অনুসৰি, শুকুৰবাৰে পুৱা ৭ বজাতেই বেবুল হক লস্কৰ নামৰ লোকজনৰ দ্বিতীয় পত্নী আজমিৰা বেগম লস্কৰে পুখুৰীৰ পানীত ডুবাই ২ কণমানি কন্যাক হত্যা কৰিছিল (Mother Killed 2 Child At Cachar)

Mother Killed 2 Child
হত্যাকাৰী মাতৃ

মহিলাগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। মৃত শিশু দুটিৰ ভিতৰত এটাৰ বয়স ৩ বছৰ আৰু আনটোৰ বয়স ১ বছৰ (Mother Killed 2 Child)

এই ঘটনাটো পোহৰলৈ অহাৰ পিছতে কচুদাৰম আৰক্ষীয়ে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ কণমানি দুটিৰ মৃতদেহ উদ্ধাৰ কৰে। ইফালে হত্যাকাৰী মাতৃক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Women Arrested By Police)

এই চাঞ্চল্যকৰ ঘটনাটোৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। কিন্তু কিয় মাতৃয়ে সন্তানক এনেদৰে হত্যা (Horrific Murder Case) কৰিলে এই সন্দৰ্ভত কোনোধৰণৰ তথ্য় লাভ কৰিব পৰা হোৱা নাই।

Photo: Batori24

লগতে পঢ়কঃ Silsako Eviction Women: পুৱাই হুলস্থুল লাগিল শিলসাঁকোত! নিজৰ মৰমৰ ঘৰখন বচাবলৈ “অৰ্ধউলংগ” হৈ প্ৰতিবাদ কৰিলে মহিলাই; উচ্ছেদৰ মাজতে খুলি দিয়ে নিজৰ গাৰ কাপোৰ, আটক গৰ্ভৱতী মহিলাসহ বহু প্ৰতিবাদকাৰীক

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -