34 C
Guwahati
Saturday, May 4, 2024

Maligaon Flyover Inauguration: মুকলিৰ পূৰ্বে হঠাৎ সলনি হ’ল ‘মালিগাঁও উৰণ সেঁতু’ৰ নামফলক! কালি নিশাই সলনি কৰি “নাম” দিলে এয়া…

Maligaon Flyover Inauguration Toady: মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেঁতুখন (Maligaon Flyover) উদ্বোধন হ'বলৈ আৰু কেইটামান ঘণ্টা বাকী

Must Read

Maligaon Flyover Inauguration Toady: মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেঁতুখন (Maligaon Flyover) উদ্বোধন হ’বলৈ আৰু কেইটামান ঘণ্টা বাকী। কিন্তু মুকলি হোৱাৰ পূৰ্বে লোকনিৰ্মাণ বিভাগে কৰিলে এই কাণ্ড।

নিশাৰ ভিতৰত হঠাৎ নৱনিৰ্মিত মালিগাঁৱৰ উৰণ সেঁতুৰ নামফলক কৰিলে সলনি (Maligaon Flyover Inauguration Toady)

Maligaon Flyover Inauguration

কেইদিনমান পূৰ্বে এই নৱনিৰ্মিত উৰণ সেঁতুত ‘মালিগাওঁ উৰণ সেঁতু’ৰ ফলক লগোৱা হৈছিল। কিন্তু উৰণ সেঁতুৰ মুকলিৰ মাত্ৰ কিছু সময়ৰ আগত অৰ্থাৎ নিশাই পূৰ্বে আঁৰি থোৱা ফলক আঁতৰাই ‘নীলাচল উৰণ সেঁতু’ৰ (Nilachal Flyover) ফলক লগালে লোক নিৰ্মাণ বিভাগে (PWD)

Maligaon Flyover Inauguration

কিন্তু কি কাৰণত ফলকখন সলনি কৰিলে সেয়া স্পষ্ট হোৱা নাই।

উল্লেখ্য যে, যোৱা বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) উৰণ সেঁতুখনৰ কাম পৰিদৰ্শনৰ সময়ত ইয়াৰ নাম “মালিগাওঁ উৰণ সেঁতু” হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

তাৰ পিছত এই সেঁতুখনত ‘মালিগাঁও উৰণ সেঁতু’ নামৰ ফলক লগোৱা হৈছিল। কিন্তু মঙলবাৰে নিশা এই নাম সলনি কৰি ‘নীলাচল উৰণ সেঁতু’ৰ ফলক লগোৱা হ’ল (Maligaon Flyover Inauguration Toady)

Photo: Google

লগতে পঢ়কঃ Nazira Women Police Harrased: “শুভলক্ষ্মী”ৰ প্ৰতি ইমান দৰদ কিয়? ৩ দিন উকলিল কিন্তু আজিপৰ্যন্ত নিলম্বন বা গ্ৰেপ্তাৰ হোৱা নাই এইগৰাকী মহিলা আৰক্ষী বিষয়া; বনকৰা মহিলাৰ গাত গৰম পানী ঢলাৰ লগতে “গুপ্তাংগত” সানিছিল জলকীয়া…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -