35 C
Guwahati
Wednesday, May 15, 2024

Worker Died At Ledo: নিজেই মাতিলে নিজৰ কাল! “কয়লা” চুৰি কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে আৰু এজন শ্ৰমিকে; আগতেও বহু শ্ৰমিকে কয়লা খনিটোত এনেদৰে সাৱটিছিল মৃত্যুক…

Worker Died At Ledo In Assam: লিডুৰ কয়লাখনিত (Ledo Coal Mine) পুনৰ সংঘটিত হৈছে আন এক অঘটন

Must Read

Worker Died At Ledo In Assam: লিডুৰ কয়লাখনিত (Ledo Coal Mine) পুনৰ সংঘটিত হৈছে আন এক অঘটন। “কয়লা” চুৰি কৰিবলে গৈ পুনৰ প্ৰাণ হেৰুৱালে আন এজন শ্ৰমিকে (Worker Died At Ledo)।

মৃত শ্ৰমিক জন বৰডুমছাৰ জনৈক সুৰজ বুলি জানিব পৰা গৈছে।

মঙলবাৰে লিডুৰ টিৰাপ কলিয়ৰীত যুৱকজনৰ মৃতদেহ স্থানীয় একাংশ লোকে দেখা পোৱাৰ পিছতেই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত (Worker Died At Ledo)

লিডুৰ কয়লা খনিত ইজনৰ পিছত সিজন শ্ৰমিক মৃত্যু হয় যদিও কয়লা মাফিয়াই (Coal Mafia) প্ৰতিবাৰে এই ঘটনা গাপ দিয়াৰ চেষ্টা চলায়। লিডুৰ ভিন্ন অঞ্চলত এফালে যদি চলি আছে কয়লা মাফিয়াৰ দপদপনি আনফালে কয়লা শ্ৰমিকৰ ৰহস্যজনক মৃত্যুৱে বহু ৰহস্য ফাদিল কৰিছে।

লিডুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু এইটোৱে প্ৰথম ঘটনা নহয়, আগতেও বহুকেইজন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লৈছিল। কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই (Worker Died At Ledo Coal Mine)

লিডু আৰক্ষীৰ (Ledo Police) নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে বিভিন্নজনে।

Photo & Input: Batori24

লগতে পঢ়কঃ Vastu Home Positivity: বিশ্বাস কৰক বা নকৰক! জীৱনৰ সকলো সমস্যা দূৰ কৰিব এইসমূহ বাস্তু টিপছে; এবাৰ পঢ়ক আৰু কৰি চাওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -