32 C
Guwahati
Friday, May 17, 2024

Army Helicopter Crash: অৰুণাচলত (Arunachal) ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; ২জন পাইলটৰ মৃত্যু, দৈনন্দিন উৰণৰ বাবে যোৱাৰ সময়ত দুৰ্ঘটনাত পতিত সেনাৰ ‘চিতা’ হেলিকপ্টাৰখন

Army Helicopter Crash: অৰুণাচল প্ৰদেশৰ মান্দালা পাহাৰত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন।

Must Read

Army Helicopter Crash: অৰুণাচল প্ৰদেশৰ (Arunachal Pradesh) মান্দালা পাহাৰত (Mandala Hills) ভাৰতীয় সেনাৰ (Indian Army Cheetah Helicopter Has Crashed Near Mandala Hills) চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত।

বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত থকা দুয়োজন পাইলটৰ মৃত্যু (Two Pilot Died)। নিহত হোৱা পাইলট দুজনৰ নাম লেফটেনেণ্টে কৰ্ণেল ভি ভি বি ৰেড্ডি (Lt Col VVB Reddy) আৰু মেজৰ জয়ন্থ এ (Major Jayanth A)।

Army Helicopter Crash
নিহত হোৱা পাইলট দুজনৰ নাম লেফটেনেণ্টে কৰ্ণেল ভি ভি বি ৰেড্ডি (Lt Col VVB Reddy) আৰু মেজৰ জয়ন্থ এ (Major Jayanth A)

জানিব পৰা মতে চিতা হেলিকপ্টাৰ খন আজি পুৱা এয়াৰ ট্ৰেফিক কণ্ট’লৰে সংযোগ বিচ্ছিন্ন হৈছিল।

পুৱা ৯.১৫ বজাত হেলিকপ্টাৰ খন নিখোঁজ হৈ পৰিছিল। ঘটনাৰ পিছতে সেনাবাহিনীৰ উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছিল।

ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা দৈনন্দিন উৰণৰ বাবে সেনাৰ চিতা হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত (Army Helicopter Crash) হয়।

Photo: Google

লগতে পঢ়কঃ কৰুণ! বজাৰ কৰিবলৈ গৈছিল; কিন্তু ঘৰলৈ উভতিল মৃতদেহ হৈ, বজ্ৰ (Thunderstorm) পৰি প্ৰাণ হেৰুৱালে (Died) ২ যুৱকে; কালিও বজ্ৰ পৰি মৃত্যুক সাৱটিছিল এটি ১১ বছৰীয়া কণমানিয়ে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -