34 C
Guwahati
Saturday, May 4, 2024
- Advertisement -

CATEGORY

গুৱাহাটী

Guwahati Siblings Missing: অপহৰণ নে অইন কিবা! গুৱাহাটীৰ ৰাজপথৰ পৰা নিৰুদ্দেশ ভাতৃ-ভগ্নী; স্কুললৈ বুলি ওলাই গৈছিল দুয়ো, পিতৃ-মাতৃৰ সন্দেহ এয়া অপহৰণ

Guwahati Siblings Missing: গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা (Missing Case)। সন্দেহ কৰা হৈছে যে এয়া অপহৰণ কাণ্ড। স্কুললৈ গৈ থকাৰ সময়তে...

3 Wild Elephants Died Rani: সুৰক্ষিত নহয় জীৱ-জন্তুও! খাদ্য বিচাৰি ওলাই আহিছিল; বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু এটা পোৱালিসহ ৩টা বনৰীয়া হাতীৰ

3 Wild Elephants Died Rani: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা (Tragic Incident)। শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত বিদ্যুৎ‍স্পৃষ্ট হৈ এটা পোৱালি...

Assam 2 Dacoity Case: সাৱধান! ৰাজ্যত এদিনতে দুটাকৈ ডকাইতি কাণ্ড! তাকো দুয়োটা কাণ্ড দিনৰ পোহৰতে সংঘটিত; প্ৰথমটোত লুটিলে ২০ লাখ আৰু আনটোত লুটিলে নগদ...

Assam 2 Dacoity Case: ৰাজ্যত আজিৰ দিনটোতে দুটাকৈ সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড (Dacoity Case)। প্ৰথমটোত, গুৱাহাটীৰ ৰাজপথৰ সমীপত ৰখাই থোৱা ব’লৰো বাহনৰ আইনা ভাঙি...

Guwahati Schools Timings Changed: উৎকট গৰম! যাৰ বাবে আকৌ সলনি হ’ল স্কুলসমূহ খোলাৰ সময়; কাইলৈৰ পৰা স্কুল খুলিব পুৱা ৭.৩০ বজাতে… শেষ হ’ব

Guwahati Schools Timings Changed: গৰম বন্ধ শেষ। কিন্তু কমা নাই গৰম। দিনক দিনে বাঢ়িয়েই গৈ আছে গৰমৰ প্ৰকোপ। গৰমৰ বন্ধ শেষ হোৱাৰ পিছৰে পৰা পুনৰ...

Leena Doley CBI Interrogates: অৱশেষত লীনা দলেক জেৰা CBIৰ! জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে সাঙোৰ খাইছিল দলেৰ নাম; জোনমণিৰ মৃত্যুৰ আঢ়ৈ মাহ...

Leena Doley CBI Interrogates Over SI Junmoni Death: SI জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰা তদানীন্তন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক...

Khanapara Video: নামত National Highway; পিছে দেখাত এটা বৃহৎ “পুখুৰী”, ৰ’দে হওক বা বৰষুণেই হওক তাত সদায় পাব পানী, এই দৃশ্য “অফিচলৈ” বুলি ওলাই...

Khanapara Video Guwahati: এটা National Highway। পিছে এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দেখি আপোনাৰ মনত এবাৰ হ'লেও এটা প্ৰশ্ন উত্থাপন হ'ব যে চৰকাৰে উন্নতিৰ নামত...

Guwahati Man Electrocuted: হায় ৰে শক্তি বিভাগ! পুনৰ উন্মুক্ত ট্ৰাঞ্চফৰ্মাৰে প্ৰাণ ল’লে এজন লোকৰ; কিন্তু আজিপৰ্যন্ত গা লৰা নাই বিভাগটোৰ

Guwahati Man Electrocuted Died: আকৌ শক্তি বিভাগৰ (Power Department) গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে এজন নিৰীহ লোকে। মহানগৰীৰ ছয়মাইলৰ (Sixmile) উৰণীয় সেঁতুৰ তলত এজন লোকৰ মৃতদেহ...

Hatigaon Murder: নৃশংস! নামাজ পঢ়িবলৈ গৈ আছিল; কিন্তু আদবাটতে ২জন লোকে “ৰডেৰে” কোবাই কোবাই মাৰি পেলায় মছজিদৰ সভাপতিক, CCTV ফুটেজত স্পষ্ট কেনেদৰে হত্যা কৰিছিল...

Hatigaon Murder In Guwahati: গুৱাহাটীৰ হাতীগাঁৱত (Guwahati Hatigaon) সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা। বৃহস্পতিবাৰে পুৱা হাতীগাঁও থানাৰ প্ৰায় ১০০ মিটাৰ নিলগত...

Teacher Sexual Harassment Case: আকৌ চৰ্চাত ছাৰ! স্কুলীয়া ছাত্ৰীৰ “গুপ্তাংগ”ত হাত দি গ্ৰেপ্তাৰ বিদ্যালয়ৰ ধুৰন্ধৰ শিক্ষক ৰাহুল; ছাত্ৰীগৰাকীয়ে এই অশ্লীল কাণ্ডৰ Videoও কৰিলে ৰেকৰ্ড

Teacher Sexual Harassment Case Guwahati: আকৌ চৰ্চাত ছাৰ! এইবাৰ স্থান গুৱাহাটী। গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ (Guwahati Aryabhatta Secondary School) শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলক গ্ৰেপ্তাৰ...

Latest news

- Advertisement -spot_img