27 C
Guwahati
Saturday, May 18, 2024

3 Wild Elephants Died Rani: সুৰক্ষিত নহয় জীৱ-জন্তুও! খাদ্য বিচাৰি ওলাই আহিছিল; বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্যু এটা পোৱালিসহ ৩টা বনৰীয়া হাতীৰ

3 Wild Elephants Died Rani: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা (Tragic Incident)

Must Read

3 Wild Elephants Died Rani: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা (Tragic Incident)।

শুকুৰবাৰে সংঘটিত হোৱা এই ঘটনাত বিদ্যুৎ‍স্পৃষ্ট হৈ এটা পোৱালি হাতীসহ ৩টা বনৰীয়া হাতীৰ কৰুণ মৃত্যু (3 Elephants Electrocuted To Death In Rani)

জানিবলৈ দিয়া অনুসৰি, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাণী চাহ বাগিচাৰ পানীচন্দাত এই ঘটনা সংঘটিত হয় (Panichanda In Rani Tea Estate)

3 Wild Elephants Died Rani

বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত (Search Of Food) ওলাই আহিছিল বনৰীয়া হাতীৰ জাকটো। তাৰপাছতেই এই কৰুণ ঘটনাত মৃত্যু হয় হাতীকেইটাৰ (3 Wild Elephants Died Rani)

হাতীৰ জাকটো এখন বাৰীত সোমোৱাৰ সময়তে তামোল গছ ভাঙি পৰি বিদ্যুতৰ তাঁৰত লাগে (3 Wild Elephants Died Rani)। বিদ্যুতৰ তাঁৰ চিঙি যোৱাৰ ফলত সেই তাঁৰত লাগি বিদ্যুৎ‍স্পৃষ্ট হৈ মৃত্য়ু হাতীকেইটাৰ।

ঘটনাস্থলীত উপস্থিত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ (Rani Forest Division) লোক। তেওঁলোকে মৃত হাতীকেইটা পৰ্যবেক্ষণ কৰি পৰৱৰ্তী ব্যৱস্থাৰ পদক্ষেপ গ্ৰহণ কৰিব।

উল্লেখ্য় যে,এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও প্ৰায়েই বিদ্যুৎ‍স্পৃষ্ট হৈ হাতীয়ে মৃত্যুক সাৱটি লয় (Rani Forest Division)। তাৰপাছতো বিভাগীয় কৰ্তৃপক্ষই কিয় জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰে।

Photo: Twitter

লগতে পঢ়কঃ Bhagalpur Court Bribe Case: আজৱ ঘটনা! সেই যুগতে ২ টকা “ঘোচ” লৈ ধৰা পৰিছিল ৫জন আৰক্ষী; ৩৭ বছৰৰ পিছত এতিয়া ওলাল নিৰ্দোষী, সম্পূৰ্ণ ঘটনাটো কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -