32 C
Guwahati
Saturday, May 18, 2024

Guwahati Schools Timings Changed: উৎকট গৰম! যাৰ বাবে আকৌ সলনি হ’ল স্কুলসমূহ খোলাৰ সময়; কাইলৈৰ পৰা স্কুল খুলিব পুৱা ৭.৩০ বজাতে… শেষ হ’ব

Guwahati Schools Timings Changed: গৰম বন্ধ শেষ। কিন্তু কমা নাই গৰম। দিনক দিনে বাঢ়িয়েই গৈ আছে গৰমৰ প্ৰকোপ

Must Read

Guwahati Schools Timings Changed: গৰম বন্ধ শেষ। কিন্তু কমা নাই গৰম। দিনক দিনে বাঢ়িয়েই গৈ আছে গৰমৰ প্ৰকোপ।

গৰমৰ বন্ধ শেষ হোৱাৰ পিছৰে পৰা পুনৰ আৰম্ভ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসসমূহত নিয়মীয়া পাঠদান (School Timings Rescheduled Due To Rising Mercury Levels In Kamrup Metro)

Guwahati Schools Timings Changed

কিন্তু শেহতীয়াকৈ ৰাজ্যত গৰমৰ প্ৰকোপ পুনৰ বৃদ্ধি পোৱাত স্বাভাৱিক জন-জীৱন পুনৰ প্ৰায় স্তব্ধ হৈ পৰিছে। যাৰ বাবে স্কুলসমূহৰ নিয়মীয়া পাঠদানৰ সময়সূচী আকৌ সালসলনি কৰা হৈছে (Guwahati Schools Timings Changed)

গতিকে ৩ আগষ্টৰ পৰা অৰ্থাৎ কাইলৈৰ পৰা গুৱাহাটী মহানগৰীৰ স্কুলসমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব (Timing Of Classes Of All Educational Institutions From 7.30 Am)

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ (District Commissioner, Kamrup Metro) পৰিদৰ্শকে স্বাক্ষৰ কৰা এক নিৰ্দেশনা অনুসৰি ল’ৱাৰ প্ৰাইমেৰিৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সময় নিৰ্ধাৰণ কৰা হৈছে।

সেইদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১২-৩০ বজালৈ আৰু হাইস্কুল, হায়াৰ ছেকেণ্ডেৰীৰ পাঠদান ৭-৩০ বজাৰ পৰা দিনৰ ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে (Guwahati Schools Timings Changed)

প্ৰচণ্ড গৰমৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰ জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলাৰ সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

ইয়াৰোপৰি বিদ্যালয়সমূহক পুৱাৰ প্ৰাতঃ সভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিলব এই নিৰ্দেশনা (Guwahati Schools Timings Changed)

Photo: Google

লগতে পঢ়কঃ Maa Lakshmi Blessing Tips: ৰাতিপুৱাই উঠি এইকেইটা কাম কৰক! সন্তুষ্ট হ’ব মা লক্ষ্মী; কেতিয়াও নহ’ব টকা-পইচাৰ অভাৱ, পিছে জানক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -