37 C
Guwahati
Friday, May 17, 2024

Maa Lakshmi Blessing Tips: ৰাতিপুৱাই উঠি এইকেইটা কাম কৰক! সন্তুষ্ট হ’ব মা লক্ষ্মী; কেতিয়াও নহ’ব টকা-পইচাৰ অভাৱ, পিছে জানক কি কি কাম?

Maa Lakshmi Blessing Tips: লক্ষ্মী মাক ধন-সম্পত্তিৰ দেৱী বুলি গণ্য কৰা হয়। লক্ষ্মী মা ভক্তৰ প্ৰাৰ্থনাত সন্তুষ্ট হ'লে কেতিয়াও সেইজন ভক্তৰ ধনৰ অভাৱ নহয়

Must Read

Maa Lakshmi Blessing Tips: লক্ষ্মী (Maa Lakshmi) মাক ধন-সম্পত্তিৰ দেৱী বুলি গণ্য কৰা হয়। লক্ষ্মী মা ভক্তৰ প্ৰাৰ্থনাত সন্তুষ্ট হ’লে কেতিয়াও সেইজন ভক্তৰ ধনৰ অভাৱ হ’বলৈ নিদিয়ে।

সেই লোকজনৰ ঘৰত মা লক্ষ্মীৰ কৃপাত সুখ-সমৃদ্ধি বৰ্তি থাকে। সেয়েহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলোৱে বিচাৰে (Maa Lakshmi Blessing Tips)

Maa Lakshmi Blessing Tips

বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা উঠি কিছুমান বিশেষ কাম কৰিলে মা লক্ষ্মী অতি সোনকালে ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। আজি এই বিষয়ে আমি ক’বলৈ ওলাইছো।

লগতে পঢ়কঃ Hugging Benefits: কেৱল প্ৰেমতে নহয়; “আলিংগন” (Hugging) কৰাৰ আছে শাৰীৰিক আৰু মানসিক স্বাস্থ্য লাভ, পিছে জানো আহক কি কি?

পিছে জানো আহক কি কি কাম কৰিলে লক্ষ্মী মা সন্তুষ্ট হয় (Maa Lakshmi Blessing Tips)-

১. সূৰ্য দেৱতাক পানী আগবঢ়াও

Maa Lakshmi Blessing Tips

পুৱা সোনকালে উঠি গা ধুই তামৰ পাত্ৰ এটাত পানী ভৰাই লওক। আৰু সেই পানীখিনিত অলপমান সেন্দুৰ আৰু ফুল মিহলি কৰি সৃৰ্য দেৱতাক আগবঢ়াওক।

বিশ্বাস কৰা হয় যে, এনে কৰিলে সূৰ্য দেৱতাৰ লগতে মা লক্ষ্মীৰো কৃপা লাভ হয় (Maa Lakshmi Blessing Tips)

২. ঘৰটো পৰিস্কাৰ কৰি ৰাখিব

ঘৰটো পৰিস্কাৰ হৈ থাকিলে মা লক্ষ্মী সুখী হয়। সেয়েহে ৰাতিপুৱা উঠিয়েই ঘৰতো পৰিস্কাৰ কৰিহে বেলেগ কামত হাত দিব লাগে।

লোকবিশ্বাস যে, পৰিস্কাৰ ঠাইতহে মা লক্ষ্মী বাস কৰে। গতিকে সদায়ে আপোনাৰ ঘৰটো পৰিস্কাৰ কৰি ৰাখিব।

৩. চাকি-বন্তি জ্বলাব

Maa Lakshmi Blessing Tips

ৰাতিপুৱা সোনকালে উঠি গা ধুই ঘৰৰ মূল প্ৰৱেশদ্বাৰত ঘিউৰ চাকি জ্বলাব। শাস্ত্ৰত উল্লেখ থকা মতে, ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলালে ঘৰখনত দেৱ-দেৱীসকলে বাস কৰে (Maa Lakshmi Blessing Tips)

এনে কৰাৰ ফলত ঘৰৰ নেতিবাচকতা আঁতৰ হোৱাৰ লগতে আৰু মা লক্ষ্মীৰো আশীৰ্বাদ লাভ কৰিব পাৰি। মূল প্ৰৱেশদ্বাৰত চাকি জ্বলালে বাস্তু ত্ৰুটিবোৰো আঁতৰ হয়।

৪. তুলসীত পানী ঢালিব

Maa Lakshmi Blessing Tips

বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে। সেয়েহে তুলসীৰ গুৰিত পানী আগবঢ়ালে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। তুলসীত পানী আগবঢ়োৱাৰ সময়ত ‘ওম ভাগৱতে বাসুদেৱ্য নমহঃ’ মন্ত্ৰ জপ কৰিব।

৫. হাতৰ তলুৱালৈ চাব

Maa Lakshmi Blessing Tips

ৰাতিপুৱা উঠিয়েই প্ৰথমতে হাতৰ তলুৱালৈ চাব। এনে কৰোতে ‘ওম কাৰ্গ্ৰে বস্তে লক্ষ্মী কাৰত সৰস্বতী কাৰ্মুলে তু গোবিন্দা প্ৰভাতে কাৰদৰ্শনমৰ’ মন্ত্ৰ জপ কৰক।

এইটো বিশ্বাস কৰা হয় যে, সকলো গ্ৰহ আৰু দেৱ-দেৱী হাতৰ তলুৱাত বাস কৰে, সেয়েহে হাতৰ তলুৱালৈ চালে সকলো দেৱ-দেৱীৰে দৰ্শন লাভ কৰিব পাৰি (Maa Lakshmi Blessing Tips)

Photo: Google

লগতে পঢ়কঃ Nitin Desai Suicide: দুঃখবৰ! বলীউডৰ জনপ্ৰিয় কলা নিৰ্দেশক নিতিন দেশাইৰ “আত্মহত্যা”; Lagaan পৰা আৰম্ভ কৰি Devdas, Munna Bhai M.B.B.S, Ishqৰ দৰে বহুকেইখন ছবিত কৰিছিল কলা নিৰ্দেশনা, আৰ্থিক অভাৱত আছিল ভুগি

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -