32 C
Guwahati
Saturday, May 18, 2024

Teacher Sexual Harassment Case: আকৌ চৰ্চাত ছাৰ! স্কুলীয়া ছাত্ৰীৰ “গুপ্তাংগ”ত হাত দি গ্ৰেপ্তাৰ বিদ্যালয়ৰ ধুৰন্ধৰ শিক্ষক ৰাহুল; ছাত্ৰীগৰাকীয়ে এই অশ্লীল কাণ্ডৰ Videoও কৰিলে ৰেকৰ্ড

Teacher Sexual Harassment Case: আকৌ চৰ্চাত ছাৰ! এইবাৰ স্থান গুৱাহাটী। গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলক গ্ৰেপ্তাৰ

Must Read

Teacher Sexual Harassment Case Guwahati: আকৌ চৰ্চাত ছাৰ! এইবাৰ স্থান গুৱাহাটী।

গুৱাহাটীৰ আৰ্য্যভট্ট বিদ্যালয়ৰ (Guwahati Aryabhatta Secondary School) শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলক গ্ৰেপ্তাৰ (Teacher Arrested)

কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্রেপ্তাৰ শিক্ষকজন। দীৰ্ঘদিনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ছাৰজনৰ বিৰুদ্ধে (Teacher Sexual Harassment Case)

পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধুৰন্ধৰ শিক্ষক প্ৰদীপ ঘোষক (Paltan Bazar Police Arrest Teacher Pradeep Ghosh)। ১৮ জুলাইত মাতৃক সম্পূৰ্ণ ঘটনা সন্দৰ্ভত অৱগত কৰিছিল কিশোৰীগৰাকীয়ে।

আৰ্য্যভট্ট হায়াৰ চেকেণ্ডেৰী স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী ভুক্তভোগীগৰাকী। লম্পট শিক্ষকজনে “গুপ্তাংগ”ত হাত দিছিল ছাত্ৰীগৰাকীৰ (Teacher Touch Student Private Part)। এই কু-কৰ্ম কৰি থকাৰ সময়ত ভিডিঅ’ ৰেকৰ্ড কৰিছিল ভুক্তভোগী ছাত্ৰীগৰাকীয়ে (Teacher Sexual Harassment Case)

Teacher Sexual Harassment Case

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ। ইফালে লম্পট শিক্ষকজনৰ ভাষ্য ওলোটা। শিক্ষকজনে সংবাদ মাধ্যমৰ সন্মুখত কয় যে- “এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ। সময়ত সকলো সঁচা কথা ওলাই আহিব।”

লম্পট শিক্ষক প্ৰদীপ ঘোষক অৱশেষত বিৰুবাৰী আউটপোষ্টলৈ লৈ আনি আদালতলৈ প্ৰেৰণ কৰা হয়।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Girl Deadbody: হত্যা নে অইন কিবা! বিল্ডিঙৰ পৰা জাঁপ নৱম শ্ৰেণীৰ ছাত্ৰীৰ; শৌচাগাৰৰ পিছফালে উদ্ধাৰ মৃতদেহটো, মাতৃৰ হিয়া ভগা কান্দোন

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -