28 C
Guwahati
Saturday, May 4, 2024

Ella D Verma Struggle Story: যুৱকৰ পৰা হ’ল যুৱতী, এক কৰুণ যাত্ৰা! পুৰণি ফটো চালে বিশ্বাস নকৰিব যে এটা সময়ত এইগৰাকী সুন্দৰী যুৱতীয়ে আছিল এজন যুৱক; কিন্তু কিয় সলনি কৰিলে নিজৰ “লিংগ”…চাওক Photos

Ella D Verma Struggle Story: Ellaই ক'লে, 'মই স্কুলৰ আটাইতকৈ চোকা ছাত্ৰ আছিলো। মই গান গাই, নাচি, খেল আৰু থিয়েটাৰৰ ৰাপ আছিল। কিন্তু মোৰ সকলো বস্তুক হাঁহিয়াতৰ পাত্ৰ সজাইছিল। খেল পথাৰত গৈছিলো, তেতিয়া কোনোৱে মোৰ লগত খেলিব বিচৰা নাছিল।'

Must Read

Ella D Verma Struggle Story Miss Trans Queen 2023: কেতিয়াবা কিছুমান কাহিনীয়ে আমাৰ হৃদয় স্পৰ্শ কৰে, লগতে আগবাঢ়িবলৈও উৎসাহিত কৰে। এনেকুৱাই এটা কাহিনী Ella D Vermaৰো হয়।

আপুনি নিশ্চয়কৈ শুনিছে যে বিজ্ঞানৰ এই যুগত সকলো সম্ভৱ। আজি ইয়াৰ জীৱন্ত প্ৰমাণো চাই লওক। আমি আপোনালোকক এনে এগৰাকী সুন্দৰী যুৱতীৰ কাহিনী কয় আছো, যিগৰাকী প্ৰথমে যুৱক আছিল।

Ella D Verma Struggle Story

হয়, আমি কথা পাতি আছো মিছ ইণ্ডিয়া ট্ৰাঞ্চ কুইন ২০২৩ৰ ৰানাৰ-আপ খিতাপ দখল কৰা এল্লা ডি বৰ্মাৰ। এল্লা জন্মৰ পৰা যুৱতী নাছিল, তেওঁ নিজৰ শৰীৰটোৰ Transformation কৰোৱাইছিল।

Ella D Verma Struggle Story

Ella এগৰাকী মডেল হয়। আৰু তেওঁ কিছু মাহ পূৰ্বে মিছ ইণ্ডিয়া ট্ৰাঞ্চ কুইন ২০২৩ৰ (Miss Transqueen India Pageant 2023) ৰানাৰ-আপ (First Runner Up) খিতাপ দখল কৰিছিল। আজি Ellaই নিজৰ সৌন্দৰ্য আৰু ব্যক্তিত্বৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

Ella D Verma Struggle Story

কিন্তু তেওঁৰ এই যাত্ৰা সহজ নাছিল। তেওঁ বহু কিবা-কিবি সহ্য কৰি নিজকে প্ৰমাণ কৰিছে।

Ella D Verma Struggle Story

ট্ৰাঞ্চ কুইন Ellaৰ কাহিনী (Ella D Verma Struggle Story)

Ella D Verma দিল্লীৰ (Delhi Girl) বাসিন্দা। তেওঁৰ পঢ়া-শুনা তাতেই হৈছে। যেতিয়া তেওঁৰ জন্ম হৈছিল, তেতিয়া ঘৰৰ মানুহে ভাবিছিল যে তেওঁ ল’ৰা হয়। কিন্তু যেতিয়াই ডাঙৰ হৈ আহিল, তেওঁৰ ব্যক্তিত্ব ছোৱালীৰ দৰে হৈ উঠিল। দাঢ়ি আৰু মুচ থকা ছোৱালী।

Ella নিজমুখে নিজৰ শৈশৱ আৰু বেয়া সময়ৰ কথা শ্বেয়াৰ কৰিছিল (Ella D Verma Struggle Story)।

Ellaই কৈছিল, ‘মই স্কুলৰ আটাইতকৈ চোকা ছাত্ৰ আছিলো। মই গান গাই, নাচি, খেল আৰু থিয়েটাৰৰ ৰাপ আছিল। কিন্তু মোৰ সকলো বস্তুক হাঁহিয়াতৰ পাত্ৰ সজাইছিল। খেল পথাৰত গৈছিলো, তেতিয়া কোনোৱে মোৰ লগত খেলিব বিচৰা নাছিল।’

“মোক ইমানেই জোকোৱা হৈছিল যে মই নিজৰ ৰাপবোৰো আধাাতে এৰি দিছিলো। মই সকলো বন্ধু-বান্ধৱী মোৰ পৰা দূৰত গুচি গ’ল। আনকি যিসকল শিক্ষক-শিক্ষয়িত্ৰী মোক সমৰ্থন কৰিব লাগিছিল। তেওঁলোকেও মোক ধেমালি হিচাপে লৈছিল। সেই সময়ত যি মই অকলশৰীয়া অনুভৱ কৰিছিলো, সেয়া মই দ্বিতীয়বাৰ অনুভৱ কৰিব বিচৰা নাছিলো।”

Ellaই লগতে কয় যে (Ella D Verma Struggle Story)

মই এনুৱেল ডেৰ কাৰণে থিয়েটাৰত অনুশীলন কৰি আছিলো। তেতিয়া এজন ল’ৰা আহিল আৰু সি মোৰ পেণ্ট খুলি দিলে। মই একো কৰিব নোৱাৰিলো। মই বুজি পোৱা নাছিলো যে কি কৰিব লাগে। মই নিজকে লৈ আত্মবিশ্বাস হেৰুৱাই দিছিলো। মোক কোৱা হৈছিল যে ল’ৰাৰ দৰে ব্যৱহাৰ কৰা, কিন্তু কোনোৱে মোৰ সমস্যা বুজি পোৱা নাছিল।

এল্লাৰ সৰুকালত নাম আছিল দেৱ। দেৱে সদায়ে অনুভৱ কৰিছিল যে তেওঁ ভুল শৰীৰত জন্ম হৈছে।

স্কুলৰ পিছত সলনি হ’ল জীৱন (Ella D Verma Struggle Story)

Ellaই কয় যে, সেইকেইটা দিনত মই কেৱল এই কথাটোৱে ভাবিছিলো যে কেতিয়া স্কুল শেষ হ’ব আৰু মই এইবোৰৰ পৰা দূৰত যাম। মই এদিন সাহস কৰি মাক সকলো কথা ক’লো। পৰিয়ালৰ বাবে এয়া আচৰিত আছিল।

কিন্তু তেওঁলোকে কৈছিল একো নহয় লাহে-লাহে সকলো ঠিক হয় যাব। তেওঁলোকে মোক ডাক্তৰৰ ওচৰলৈ লৈ যাবলৈ ধৰিলে। যেতিয়া একো ঠিক নহ’ল, তেতিয়া দেউতাই ক’লে তোমাক মাহীৰ ওচৰত অষ্ট্ৰেলিয়ালৈ পিয়াই দিম।

Ellaই এই কথাটো ভাবি আনন্দ পালে যে অষ্ট্ৰেলিয়ালৈ গৈ নিজৰ নতুন জীৱন আৰম্ভ কৰিম। কিন্তু তেতিয়াই লকডাউন হ’ল (Ella D Verma Struggle Story)

লকডাউনৰ সময়তে দেৱে নিজৰ শৰীৰটোৰ Transformation কৰোৱালে আৰু নিজৰ নামো সলনি কৰি এল্লা ডি বৰ্মা ৰাখিলে।

লকডাউনত মই এজন দুৰ্বল যুৱক হৈ সোমাই আছিলো, কিন্তু যেতিয়াই বাহিৰলৈ ওলালো এগৰাকী ধুনীয়া আৰু আকৰ্ষণীয় যুৱতী হৈ ওলালো। এতিয়া সকলোৰে দৃষ্টি মোক লৈ সলনি হৈছে (Ella D Verma Struggle Story)

Transformationৰ পিছত এল্লা ডি বৰ্মাৰ সৌন্দৰ্য আৰু বাঢ়ি গ’ল। তেওঁৰ শৰীৰটো দেখি একেবাৰেই নালাগে যে তেওঁ আগত ল’ৰা আছিল।

এল্লা বৰ্তমান মডেলিঙৰ জগতত নতুন স্থান অৰ্জন কৰি আছে। তেওঁ এই সময়ত এগৰাকী সফল মডেল হয়। ছচিয়েল মিডিয়াত তেওঁৰ ফলোৱাৰ্ছো যথেষ্ট।

মই মোৰ কাহিনীৰে এই কথাটো শিকিলো যে জীৱনত যিও হওক, নিজৰ ওপৰত বিশ্বাস ৰাখক। আজি মই মিছ ইণ্ডিয়া ট্ৰাঞ্চ কুইন ২০২৩ৰ ৰানাৰ-আপ (Ella D Verma Struggle Story)

Photo: Google

Written By: Dulu Medhi

লগতে পঢ়কঃ Teacher Sexual Harassment Case: আকৌ চৰ্চাত ছাৰ! স্কুলীয়া ছাত্ৰীৰ “গুপ্তাংগ”ত হাত দি গ্ৰেপ্তাৰ বিদ্যালয়ৰ ধুৰন্ধৰ শিক্ষক ৰাহুল; ছাত্ৰীগৰাকীয়ে এই অশ্লীল কাণ্ডৰ Videoও কৰিলে ৰেকৰ্ড

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -