32 C
Guwahati
Saturday, May 18, 2024

Lakhimpur Bypass Accident: কৰুণ ক’ব নে, ভয়ংকৰ! একেদিনাই একেটা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই; ইন’ভা-আৰ্টিগাৰ মাজত ভয়ংকৰ খুন্দা, আহত ৬

Lakhimpur Bypass Accident 2 Died: লখিমপুৰৰ বাইপাচত (Lakhimpur Bypass) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

Must Read

Lakhimpur Bypass Accident 2 Died: লখিমপুৰৰ বাইপাচত (Lakhimpur Bypass) সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident)।

বুধবাৰে নিৰ্মীয়মান আই এছ বি টিৰ সমীপতে সংঘটিত হয় এই কৰুণ পথ দুৰ্ঘটনাটো।

একেদিনাই একেটা পথ দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে পিতৃ আৰু কন্যাই (Daughter And Father Tragic Died)। ইন’ভা বাহন আৰু আৰ্টিগা বাহনৰ (Ertiga And Innova Car Colided) মাজত হোৱা মুখামুখি খুন্দাৰ ফলত কৰুণ মৃত্যুক সাৱটিলে দুয়োগৰাকীয়ে।

লগতে আহত হয় আন ৬ গৰাকীকৈ লোক (6 Injured)। মৃত যুৱতীগৰাকীৰ নাম জাৰেং আৰং। দুৰ্ঘটনাটোত যুৱতীগৰাকীয়ে থিতাতে প্ৰাণ হেৰুওৱাৰ লগতে হাস্পতালত নিয়াৰ সময়ত প্ৰাণ হেৰুৱাই লোকজনে (Lakhimpur Bypass Accident)

আহত আটাইকেইজনকে সংকটজনক অৱস্থাত LMCHলৈ প্ৰেৰণ কৰা হয় (Lakhimpur Bypass Accident)

দুয়োখন গাড়ীৰ মুখামুখি সংঘর্ষত ইন’ভাখন পথৰ ওপৰতে লুটি খাই পৰে। আনখন গাড়ীয়ে পথৰ দাঁতিৰ দেৱালত খুন্দিয়াই চূৰমাৰ হৈ পৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ (Lakhimpur Police) তদন্ত অব্যাহত।

Photo: Batori24

লগতে পঢ়কঃ Ella D Verma Struggle Story: যুৱকৰ পৰা হ’ল যুৱতী, এক কৰুণ যাত্ৰা! পুৰণি ফটো চালে বিশ্বাস নকৰিব যে এটা সময়ত এইগৰাকী সুন্দৰী যুৱতীয়ে আছিল এজন যুৱক; কিন্তু কিয় সলনি কৰিলে নিজৰ “লিংগ”…চাওক Photos

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -