32 C
Guwahati
Saturday, May 18, 2024

Guwahati Man Electrocuted: হায় ৰে শক্তি বিভাগ! পুনৰ উন্মুক্ত ট্ৰাঞ্চফৰ্মাৰে প্ৰাণ ল’লে এজন লোকৰ; কিন্তু আজিপৰ্যন্ত গা লৰা নাই বিভাগটোৰ

Guwahati Man Electrocuted Died: আকৌ শক্তি বিভাগৰ (Power Department) গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে এজন নিৰীহ লোকে

Must Read

Guwahati Man Electrocuted Died: আকৌ শক্তি বিভাগৰ (Power Department) গাফিলতিৰ বাবে প্ৰাণ হেৰুৱালে এজন নিৰীহ লোকে।

মহানগৰীৰ ছয়মাইলৰ (Sixmile) উৰণীয় সেঁতুৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে পুৱাই স্থানীয় লোকে মৃতদেহটো দেখা পাই খবৰ দিয়ে দিছপুৰ আৰক্ষীক।

স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে যে শক্তি বিভাগৰ গাফিলতিৰ বাবেই লোকজনৰ কৰুণ মৃত্যু ঘটিছে (Guwahati Man Electrocuted)

কাৰণ বহু দিন ধৰি উন্মুক্ত হৈ থকা ট্ৰাঞ্চফৰ্মাৰত লাগিয়েই এই লোকজনৰ মৃত্যু ঘটিছে (Man Was Electrocuted When He Came In Contact With Transformer)। ট্ৰাঞ্চফৰ্মাৰ থকা গেটত লগোৱা নাছিল তলা।

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে (Dispur Police) অচিনাক্ত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে পূৰ্বেও বিভিন্ন সময়ত উন্মুক্ত ট্ৰাঞ্চফৰ্মাৰত লাগি বহু লোকে অকাল মৃত্যুক (Tragic Died) সাৱটি ল’বলগীয়া হৈছিল। বিদ্যুৎ বিভাগৰ এনে গাফিলতিৰ বাবে বহু লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Photo: Google

লগতে পঢ়কঃ Dabaka Extra Marital Affair: ভাবিছিল অপহৰণ; ওলাল পৰকীয়া প্ৰেম! স্বামী পেছাত প্ৰধান শিক্ষক কিন্তু, প্ৰধান শিক্ষকৰ সুন্দৰী পত্নী পলাই গ’ল দমকল মিস্ত্ৰীৰ সৈতে…তাৰ পিছত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -