32 C
Guwahati
Saturday, May 18, 2024

Guwahati Siblings Missing: অপহৰণ নে অইন কিবা! গুৱাহাটীৰ ৰাজপথৰ পৰা নিৰুদ্দেশ ভাতৃ-ভগ্নী; স্কুললৈ বুলি ওলাই গৈছিল দুয়ো, পিতৃ-মাতৃৰ সন্দেহ এয়া অপহৰণ

Guwahati Siblings Missing: গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা (Missing Case)

Must Read

Guwahati Siblings Missing: গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা (Missing Case)। সন্দেহ কৰা হৈছে যে এয়া অপহৰণ কাণ্ড।

স্কুললৈ গৈ থকাৰ সময়তে বশিষ্ঠৰ পৰা সন্ধানহীন ২ ভাতৃ-ভগ্নী (Guwahati Siblings Missing From Basistha)। মাজৰাস্তাৰ পৰাই অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে (Kidnaped Case)

নিৰুদ্দেশ হোৱা কিশোৰীগৰাকীৰ নাম ছনি শ্যামন্ত (১৬) আৰু তেওঁৰ ভাতৃ প্ৰিন্স শ্যামন্ত (৯)। হেপী মণ্টেছৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী ছনি শ্যামন্ত। আনহাতে, চি কে একাডেমীৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰিন্স শ্যামন্ত (Guwahati Siblings Missing)

শুকুৰবাৰে পুৱা ৮.৩০ বজাৰ পৰা অপহৃত দুয়ো ভাতৃ-ভগ্নী। বাক্রাপাৰাৰ মনসা মন্দিৰৰ সন্মুখৰ পৰা অপহৃত হোৱা বুলি পৰিয়ালে জনাইছে।

ইতিমধ্যে ঘটনাকলৈ বশিষ্ঠ আৰক্ষী (Basistha Police) থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালে। কিন্তু এতিয়ালৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Photo: Batori24

লগতে পঢ়কঃ Bongaigaon Child Swallowed Safety Pin: ৭ মহীয়া শিশুৰ ৭ দিনীয়া জীৱন যুঁজ! খেলি থাকোতে মাকৰ কাপোৰৰ “ছেফ্টী পিন” খাই দিয়ে; তাৰে এটা পিন খোলা, এটা পিন বন্ধ আছিল, মাকে দেখি এটা ওলাই দিয়ে কিন্তু আনটো গৈ পাই ডিঙি…তাৰ পিছত হাহাকাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -