35 C
Guwahati
Tuesday, May 14, 2024

Nagaon OC Suspended: আকৌ লগালে দাগ! এইবাৰ “ঘোচ” খাই চাকৰি গ’ল নগাঁৱৰ আৰক্ষী বিষয়াৰ; তাকো “গৰু বেপাৰী”ৰ পৰা টকা লৈ…লগে লগে Suspend

Nagaon OC Suspended: অসম আৰক্ষীৰ এটা নহয় এটা খাকী পোছাকত দাগ লগোৱা কাণ্ড সংঘটিত কৰিয়েই থাকে। এইবাৰ দাগ লগালে এজন OC-এ

Must Read

Nagaon OC Suspended Taking Bribe: অসম আৰক্ষীৰ (Assam Police) এটা নহয় এটা খাকী পোছাকত দাগ লগোৱা কাণ্ড সংঘটিত কৰিয়েই থাকে। এইবাৰ দাগ লগালে এজন OC-এ।

গৰু সৰবৰাহকাৰীৰ পৰা ঘোচ লোৱাৰ অভিযোগত শনিবাৰে নগাঁও জিলাৰ আমবাগান থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হয় (Nagaon OC Suspended Taking Bribe)। নিলম্বিত বিষয়াগৰাকীৰ নাম হেমন্ত কলিতা (Suspended Hemanta Kalita)

গৰু সৰবৰাহকাৰীৰ পৰা টকা লৈছিল OC হেমন্ত কলিতাই। কেমেৰাত গোপনে বন্দী হৈছিল ঘোচ লোৱাৰ সমগ্ৰ দৃশ্য (Video Viral)

কোনোৱে এই ভিডিঅ’ আৰক্ষীৰ ওচৰত দিয়ে। তাৰ পিছতে লগে লগে নিলম্বন কৰা হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক (Nagaon OC Suspended Taking Bribe From Cattle Smugglers)

ভিডিঅ’টো দেখা পোৱা অনুসৰি হিফজুৰ ৰহমান নামৰ এজন হোমগাৰ্ডে থানাৰ সমীপতে গৰু সৰবৰাহ কৰা এখন ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰি আছিল।

লগতে আছিল OC হেমন্ত কলিতাও। ভিডিঅ’টো দেখাৰ পিছতে নগাঁৱৰ আৰক্ষী (Nagaon SP) অধীক্ষক নৱনীত মহন্তই উচিত ব্যৱস্থা গ্ৰহণ কৰি কলিতাক নিলম্বন কৰে আৰু হিফজুৰ ৰহমানক বৰ্খাস্ত কৰে। ঘটনাটোৰ তদন্ত অব্যাহত।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Siblings Missing: অপহৰণ নে অইন কিবা! গুৱাহাটীৰ ৰাজপথৰ পৰা নিৰুদ্দেশ ভাতৃ-ভগ্নী; স্কুললৈ বুলি ওলাই গৈছিল দুয়ো, পিতৃ-মাতৃৰ সন্দেহ এয়া অপহৰণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -