25 C
Guwahati
Monday, April 29, 2024

Rahul Gandhi Returns Parliament: সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে; কংগ্ৰেছৰ শিবিৰত আনন্দ-উলাস…প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ৰ নিৰ্বাচনত

Rahul Gandhi Returns Parliament: কংগ্ৰেছৰ বৃহৎ জয়! পুনৰ সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা গৰাকীয়ে

Must Read

Rahul Gandhi Returns Parliament: কংগ্ৰেছৰ বৃহৎ জয়! পুনৰ সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা গৰাকীয়ে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) তেওঁৰ শাস্তি স্থগিত ৰাখিছিল।

ইয়াৰ ৪৮ ঘণ্টাৰ পাছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলক পুনৰ সাংসদ পদ ঘূৰাই দিলে। সোমবাৰে পুৱা অধ্যক্ষ সচিবালয়ৰ পৰা এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰা হৈছে (Rahul Gandhi Returns To Parliament After Indian Court Suspends Defamation Conviction)

Rahul Gandhi Returns Parliament

উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা। এই খবৰে কংগ্ৰেছ শিবিৰত আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে (Rahul Gandhi Returns Parliament)

লগতে পঢ়কঃ Rahul Gandhi Conviction Stay: “Disqualified”ৰ পৰা “Qualified” সাংসদ হ’ল ৰাহুল গান্ধী! ৰাহুলৰ বিৰুদ্ধে থকা শাস্তিৰ ৰায়ত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব (Congress Party Leader Rahul Gandhi)। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত (2024 Loksabha Election)। এয়া ৰাহুল গান্ধীৰ বাবে এক বৃহৎ জয়!

উল্লেখ্য যে, ২০১৯ চনৰ ২৩ মাৰ্চত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে ‘মোডী উপাধি’ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল (Rahul Gandhi Defamation Case Over The “Why All Thieves Have Modi Surname” Remark)। ‘

সকলো মোডী চোৰ’ বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল।

ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদৰ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলগীয়া হৈছিল (Rahul Gandhi Returns Parliament)

তাৰপাছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী (Rahul Gandhi Returns Parliament)

গুজৰাট উচ্চ ন্যায়ালয়ে চুৰাট আদালতৰ ৰায় বাহাল ৰখাৰ পাছত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) কাষ চাপিছিল নেতাগৰাকী। আৰু অৱশেষত আজি উচ্চতম ন্যায়ালয়ে সকাহ দিলে ৰাহুল গান্ধীক।

Photo: Google

লগতে পঢ়কঃ Nagaon OC Suspended: আকৌ লগালে দাগ! এইবাৰ “ঘোচ” খাই চাকৰি গ’ল নগাঁৱৰ আৰক্ষী বিষয়াৰ; তাকো “গৰু বেপাৰী”ৰ পৰা টকা লৈ…লগে লগে Suspend

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -