35 C
Guwahati
Tuesday, May 14, 2024

Guwahati Son Harassed Mother: মাকক মাৰিবলৈ হাত নকঁপা কুলাংগাৰ পুত্ৰ! মাতৃক খুঁটাত বান্ধি মাৰধৰ; গৰম পানীও ঢালে মাকৰ গাত…অৱশেষত আজি পৰিল ধৰা

Guwahati Son Harassed Mother: গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক অমানৱীয় ঘটনা (Tragic Incident)

Must Read

Guwahati Son Harassed Mother: গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে এক অমানৱীয় ঘটনা (Tragic Incident)। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনাটো।

পুত্ৰ কিমান নিষ্ঠুৰ হ’লে জন্মদাত্ৰী মাতৃক এনেদৰে শাৰীৰিক নিৰ্যাতন চলাব পাৰে (Guwahati Son Harassed Mother)। নিজৰ মাককো মাৰধৰ কৰিবলৈ হাত নকঁপে এইজন পাষণ্ড পুত্ৰৰ।

Guwahati Son Harassed Mother

জানিব পৰা মতে সমৰজ্যোতি ভৰালী নামৰ লোকজনে সংঘটিত কৰিছে এই ঘটনা। অভিযোগ অনুসৰি সমৰজ্যোতি ভৰালীয়ে খুঁটাত বান্ধি মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে (Guwahati Son Harassed Mother)

লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কৰে পুত্ৰই (Son Beaten Mother)। ইমানতো ক্ষান্ত নাথাকি মৰিয়াই মৰিয়াই মাতৃৰ গাত গৰমপানীও ঢালি দিয়ে।

বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই। জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই জঘন্য কাণ্ড (Guwahati Son Harassed Mother)

সমৰজ্যোতি ভৰালী সংবাদ প্ৰতিষ্ঠান এটাত কৰ্মৰত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনে পুত্ৰই মাকক শাৰিৰীক নিৰ্যাতন চলাই আহিছিল বুলি চুবুৰীয়াই অভিযোগ উত্থাপন কৰিছে।

একাংশ স্থানীয় লোকৰ মতে আলজেইমাৰ ৰোগৰ চিকাৰ ভুক্তভোগী মহিলাগৰাকী। ঘটনাৰ খবৰ পাই দিছপুৰ আৰক্ষীয়ে (Dispur Police) ইতিমধ্যে ঘৰৰ পৰাই আটক কৰিছে সমৰজ্যোতি ভৰালীক (Son Arrested By Police)

Photo: Batori24

লগতে পঢ়কঃ Rahul Gandhi Returns Parliament: সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে; কংগ্ৰেছৰ শিবিৰত আনন্দ-উলাস…প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ৰ নিৰ্বাচনত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -