28 C
Guwahati
Wednesday, May 15, 2024

Vastu Shastra For Home: ঘৰত ভুলতেও নাৰাখিব এই ৪ বিধ সামগ্ৰী; দুখীয়া হ’বলৈ সময় নালাগিব, লগতে ঘৰলৈ আহিব অশান্তি, পিছে জানো আহক কি কি?

Vastu Shastra For Home: বৰ্তমান সময়ত টকা সকলোৰে জীৱনত অতি দৰদাৰী। কিছুমানে কয় টকাৰে সকলো ক্ৰয় কৰিব নোৱাৰি কিন্তু টকাৰে সকলো ক্ৰয় কৰিব পাৰি বুলি এতিয়া প্ৰমাণ হয় গৈছে

Must Read

Vastu Shastra For Home: বৰ্তমান সময়ত টকা সকলোৰে জীৱনত অতি দৰদাৰী (Vastu Shastra For Home)।

কিছুমানে কয় টকাৰে সকলো ক্ৰয় কৰিব নোৱাৰি কিন্তু টকাৰে সকলো ক্ৰয় কৰিব পাৰি বুলি এতিয়া প্ৰমাণ হয় গৈছে। টকা নাথাকিলে আজিৰ দিনত একো নথকাৰ দৰে।

সেইবাবে টকাৰ আগমণ ঘটাবলৈ আৰু নিজৰ নিজৰ ঘৰখনত সুখ শান্তি বৰ্তাই ৰাখিবলৈ বহুলোকে মানি চলে বাস্তু শাস্ত্ৰ (Vastu Shastra)। আৰু এই বাস্তু শাস্ত্ৰ অনুসৰি এখন ঘৰত কি কি বস্তু ৰাখিব নালাগে আহক জানি লওক-

এই ৪ বিধ সামগ্ৰী ভুলতেও ঘৰত নাৰাখিব (Vastu Shastra For Home)-

লগতে পঢ়কঃ Weight loss Tips: সন্ধিয়া ৬ বজাৰ পিছত ভুলতেও নাখাব এই ৩ বিধ খাদ্য; অন্যথা বৃদ্ধি হ’ব আপোনাৰ ওজন, পিছে জানো আহক কি কি?

১. হিংস্ৰ জন্তুৰ ফটো (Aggressive Animals)

Vastu Shastra For Home
Vastu Shastra For Home

ঘৰৰ দেৱালত কেতিয়াও হিংস্ৰ জন্তুৰ ফটো অথবা ছবি নলগাব। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি এনে দৃশ্যই পৰিয়ালৰ সদস্যসকলৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।

২. ভঙা আইনা (Broken Mirror)

Vastu Shastra For Home
Vastu Shastra For Home

ঘৰৰ ভিতৰত কেতিয়াও ভঙা আইনা ৰাখিব নালাগে। কিয়নো বাস্তু শাস্ত্ৰৰ অনুসৰি ভঙা আইনাত মুখ চালে মানুহৰ আৰ্থিক অৱস্থা যথেষ্ট বেয়াৰ ফালে গতি কৰে।

৩. শুকাই যোৱা ফুল (Dry Flowers)

Vastu Shastra For Home
Vastu Shastra For Home

কেতিয়াও ঘৰত শুকাই যোৱা ফুল নাৰাখিব। যদি কোনো ফুলৰ পুলি আছে তেন্তে নিয়মিত ইয়াৰ যতন লওক। কিয়নো শুকাই যোৱা ফুলক অশুভ কাৰক বুলি মনা হয়।

৪. মহাভাৰতৰ ছবি (Mahabharat Photo)

Vastu Shastra For Home
Vastu Shastra For Home

ঘৰৰ ভিতৰত মহাভাৰতৰো ছবি ৰাখিব নালাগে। ঘৰত মহাভাৰতৰ ছবি ৰখাৰ বাবে-হাই কাজিয়া বৃদ্ধি পায়। বিশেষকৰি ড্ৰয়িং ৰূম বা শোৱনি কোঠাত এনে ধৰণৰ ছবি নৰখাটোৱে ভাল।

Photo: Google

লগতে পঢ়কঃ Dr Sangeeta Dutta: লকআপৰ ভিতৰত চিকিৎসক দম্পতীৰ Drama! এফালে পত্নী সংগীতা দত্তৰ থানাৰ ভিতৰত ওৰেনিশা চিঞৰ-বাখৰ; আনফালে লকআপতে স্বামী ৱালিউলৰ ভাগৱত গীতা পাঠ, বিচাৰিলে Juice…মেকআপ কৰিবলৈও হুলস্থুল লগাই সংগীতাই

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -