37.1 C
Guwahati
Sunday, May 5, 2024

Rangia Mother Daughter Deadbody: হত্যা নে অইন কিবা? বন্ধ কোঠাত উদ্ধাৰ ৩দিন ধৰি পৰি থকা মাতৃ-কন্যাৰ মৃতদেহ; পিছে কোনে হত্যা কৰিলে কণিকা আৰু পিনুক, সন্দেহৰ আঙুলি স্বামীলৈ…

Rangia Mother Daughter Deadbody Recovered: ৰঙিয়াত (Rangia) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational Incident)

Must Read

Rangia Mother Daughter Deadbody Recovered: ৰঙিয়াত (Rangia) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Sensational Incident)।

বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ মাতৃ আৰু কন্যাৰ উৱলি যোৱা মৃতদেহ। ৩ দিন ধৰি পৰি আছিল মৃতদেহ দুটা।

ৰঙিয়া নগৰৰ ৪নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ হৈছে মৃতদেহ দুটা (Half Decomposed Bodies Of A Mother Daughter Recovered)

Rangia Mother Daughter Deadbody

মৃত মাতৃ আৰু কন্যাৰ নাম হ’ল কণিকা আগৰৱাল আৰু নিশা আগৰৱাল ওৰফে পিনু আগৰৱাল (Kanika Agarwala and Pinu Agarwala)

মৃতদেহ দুটাৰ কাষত তেজৰ ডোঙা বান্ধি থকা দেখা গৈছে। দুয়োকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ঘটনাস্থলীত ৰঙিয়া আৰক্ষী (Rangia Police) উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

কন্যা কণিকা আগৰৱাল ৰঙিয়া ইউক্লিড গ্ৰুপ অফ প্ৰতিষ্ঠানৰ ছাত্ৰী আছিল। এই ঘটনাৰ পিছতে আত্মীয়ই এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। বিগত বহু দিন ধৰি উৱলি যোৱা মৃতদেহ দুটাৰ লগতে থাকি আছিল স্বামী প্ৰবীণ আগৰৱালা (Husband Prabin Agarwala)

ওচৰ চুবুৰীয়াই পত্নী আৰু কন্যাক নেদেখি প্ৰবীণ আগৰৱালক সোধাত তেওঁ পত্নী আৰু কন্যা অসুস্থ হৈ থকা বুলিও কৈছিল (Rangia Mother Daughter Deadbody)

এই ঘটনাৰ পিছতে সোমবাৰে পুৱাৰ ভাগত পূজা কৰি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন খুলি সন্ধানহীন হৈ আছে প্ৰবীণ আগৰৱাল। দুয়োকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে (Rangia Mother Daughter Deadbody)

এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। কিন্তু কেনেকৈ, কোনে হত্য়া কৰিলে মাতৃ কন্যাক সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব। পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে একাংশই (Rangia Mother Daughter Deadbody)

Photo: Batori24

লগতে পঢ়কঃ Indian National Flag History: জানেনে? ১৯০৬ৰ পৰা ১৯৪৭ চনলৈ…৬ বাৰ সলনি হৈছে ভাৰতৰ “জাতীয় পতাকা”, আগতে দেখাত কেনেকুৱা আছিল আমাৰ জাতীয় পতাকাখন, আহক জানো ইয়াৰ ইতিহাস!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -