29 C
Guwahati
Friday, May 3, 2024

4 Trees For Money: এই ৪ জোপা গছে “টকা-পইচা” চুম্বকৰ দৰে টানি আনে! ধনী-ধনী মানুহৰ ঘৰতো থাকে এই গছ; পিছে জানো আহক কি কি গছ?

4 Trees For Money: বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ দিশক কোৱা হয় ধনকুবেৰৰ দিশ। এই দিশত বিশেষ কিছুমান গছ থ'লে ঘৰত বা পৰিয়ালৰ সদস্যৰ নহয় টকাৰ অভাৱ!

Must Read

4 Trees For Money Vastu Tips: বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ দিশক কোৱা হয় ধনকুবেৰৰ দিশ। এই দিশত বিশেষ কিছুমান গছ থ’লে ঘৰত বা পৰিয়ালৰ সদস্যৰ নহয় টকাৰ অভাৱ!

আয় আয় বাঢ়ে লগতে হয় উন্নতি, এয়া আমাৰ কথা নহয় বাস্তু বিশেষজ্ঞসকলৰ মতহে (4 Trees For Money)

আহক জানো কি কি এই ৪ জোপা গছ, যিয়ে আপোনাৰ ঘৰলৈ লৈ আহিব ধন-সম্পত্তি (4 Trees For Money)-

লগতে পঢ়কঃ Mango Leaves Vastu: কৰিলে ভাল, নকৰিলে কাল! “আমৰ পাতে” দূৰ কৰে টকা-পইচাৰ অভাৱ; কেৰিয়াৰত হয় উন্নতি, কিন্তু কেনেকৈ? আহক জানি লওক

১. মানি প্লাণ্ট (Money Plant)

4 Trees For Money

এই ৪ জোপা গছৰ ভিতৰত প্ৰথমে নাম আহে মানি প্লাণ্টৰ। উত্তৰ দিশত মুখ কৰি পানীসহ এটা স্বচ্ছ কাচৰ পাত্ৰত এই গছ ৰাখি থওক। এই গছে চুম্বকৰ দৰে টকা-পইচা আকৰ্ষণ কৰে। মনত ৰাখিব এই গছজোপাৰ পাত শুকাই গ’লে গছজোপা সলনি কৰিব লাগে!

২. তুলসী গছ (Tulsi)

4 Trees For Money

ঘৰৰ উত্তৰ দিশে তুলসী গছ ৰাখক। বেয়া হাত বা কাপোৰেৰে এই গছ স্পৰ্শ নকৰিব। তুলসী গছ থকা ঠাই সদাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। মা লক্ষ্মীৰ কৃপাত কেতিয়াও অৰ্থৰ অভাৱ নহ’ব!

৩. বাঁহৰ পুলি (Lucky bamboo)

4 Trees For Money

ঘৰৰ উত্তৰ দিশে বাঁহৰ পুলি ৰাখক। ঘৰ আৰু সংসাৰক ৰক্ষা কৰে এই গছে! সকলো প্ৰকাৰৰ অশুভ প্ৰভাৱৰ পৰা পৰিয়ালক ৰক্ষা কৰে। এই গছ ঘৰত থাকিলে আনন্দ আৰু শান্তি বিৰাজ কৰে সংসাৰত।

৪. এজোপা কল গছ (Banana Tree)

ঘৰত এজোপা কল গছ লগাই যথাযথভাৱে পূজা কৰিলে ভগৱান বিষ্ণুৰ কৃপা পোৱা যায়। কেৱল সেয়াই নহয়, মা লক্ষ্মীৰ আশীৰ্বাদ সদায় সেই ঘৰৰ ওপৰত থাকে। ঘৰত আৰ্থিক স্বচ্ছলতা দেখা দিয়ে। কল গছ ঘৰৰ উত্তৰ দিশে ৰাখিব লাগে। প্ৰতি বৃহস্পতিবাৰে গছজোপাৰ তলত বন্তি জ্বলাব লাগে!

Photo: Google

লগতে পঢ়কঃ Son Kills Father For Mobile: মোবাইল আৰু সুৰাৰ আসক্তি! এটা মোবাইলৰ বাবে হৈছিল পিতৃ-পুত্ৰৰ কাজিয়া; তাৰ পিছত সুৰামত্ত পুত্ৰই কোবাই কোবাই “হত্যা” কৰে পিতৃক, হত্যা কৰি পুত্ৰৰো “আত্মহত্যা”ৰ চেষ্টা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -