30 C
Guwahati
Saturday, May 4, 2024
- Advertisement -

CATEGORY

মনোৰঞ্জন

Adil Hussain Best Actor: ভাল খবৰ! লণ্ডনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ “আদিল হুছেইনৰ”; এই সন্মানেৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম সন্তানগৰাকী

Adil Hussain Best Actor Award UK Asian Film Festival: আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম গঢ়িলে অসমৰ গৌৰৱ অভিনেতা আদিল হুছেইনে। লণ্ডনত অনুষ্ঠিত 'ইউ কে এছিয়ান...

Jiah Khan Suicide Case Verdict: প্ৰসংগঃ অভিনেত্ৰী জিয়া খান (Jiah Khan)ৰ আত্মহত্যা! উপযুক্ত প্ৰমাণৰ অভাৱত সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা আদালতৰ; ১০ বছৰৰ পিছত আহিল...

Jiah Khan Suicide Case Verdict After 10 Years: বলীউড অভিনেত্ৰী জিয়া খানৰ মূত্য়ুৰ গোচৰ সন্দৰ্ভত ১০ বছৰৰ পিছত সিদ্ধান্ত আহিল। মুম্বাইৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ...

Filmfare Awards Winners List: শ্ৰেষ্ঠ অভিনেত্ৰী ‘Alia Bhatt’ আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ‘Rajkummar Rao’লৈ; চাওক ফিল্মফেয়াৰ এৱাৰ্ডছ্ ২০২৩ৰ বিজয়ীৰ সম্পূৰ্ণ তালিকা

Filmfare Awards Winners List: মহাৰাষ্ট্ৰ পৰ্যটনৰ সৈতে ৬৮ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৩ (Filmfare Awards 2023)ৰ সমাপন খুব সুন্দৰভাবে হ'ল। তাৰকা খচিত নিশাটোৰ আৰম্ভণি আলিয়া...

Assam’s Youth Wins 2 Filmfare Awards: গৌৰৱৰ মুহূৰ্ত! বৰপেটাৰ যুৱক ‘সুমন অধিকাৰী’ (Suman Adhikary)য়ে জিনিলে ২টাকৈ ফিল্মফেয়াৰ এৱাৰ্ড…

Assam's Youth Wins 2 Filmfare Awards: মহাৰাষ্ট্ৰ পৰ্যটনৰ সহযোগত ৬৮ সংখ্যক হুণ্ডাই ফিল্মফেয়াৰ এৱাৰ্ড ২০২৩ত (68th Hyundai Filmfare Awards 2023) দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ...

Zubeen Garg News: মন কৰিছেনে এইবাৰ যে জুবিনে বিহু মঞ্চত ‘উত্‍পাত’ কৰা নাই? পিছে কিয় কৰা নাই, তাৰে উত্তৰ নিজেই দিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে…

Zubeen Garg News: প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যৰ প্ৰায়খন বিহু মঞ্চত দেখা গ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক (Assam Heartthrob, Singer Zubeen Garg)। পিছে জুবিনক...

Guwahati Bihu Sanmilani 2023: প্ৰতীক্ষা ৰাণীৰ শিৰত ‘বিহু সম্ৰাজ্ঞী’; পিছে কোনে জিকিলে বিহু ৰাণী, বিহু কুঁৱৰী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ?

Guwahati Bihu Sanmilani 2023: সোমবাৰে নিশা অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ (Guwahati Bihu Sanmilani 2023) বিহু সম্ৰাজ্ঞী (Bihu Samragi), বিহু ৰাণী (Bihu Rani)আৰু...

Latasil Bihu Samragi 2023: প্ৰতীক্ষা ৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট; সন্মান লাভৰ পিছতে প্ৰতীক্ষাই ক’লে- ”বুজাব নোৱাৰো এই অনুভৱ, চেষ্টাৰ...

Latasil Bihu Samragi 2023 In Guwahati: ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ (Guwahati Bihu Sanmilani) ২০২৩ বৰ্ষৰ বিহু সম্ৰাজ্ঞী (Latasil Bihu Samragi 2023), বিহু ৰাণী (Bihu...

Bihu World Record 2023| আজি অসমে গঢ়িব দুটাকৈ বিশ্ব অভিলেখ; বিহু নৃত্য আৰু ঢোলবাদন এই দুটাতে গঢ়িব গীণিজ ৰেকৰ্ড…সাজু আছেনে আপুনি?

Bihu World Record 2023| ১৩ এপ্ৰিল, ২৯ চ'ত। ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নতুনকৈ লিপিবদ্ধ হ'ব অসমৰ নাম। আজিৰ দিনটোতে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালীৰ বিহু নাচে...

Assam CM On Bohag Bihu: ”১ জেঠৰ পৰা কোনেও বিহু পাতিব নোৱাৰে; ঘৰত খাওক কিন্তু মদ খাই বিহু পেণ্ডেলত নোসোমাব, মদ খোৱাত আমি বাধা...

Assam CM On Bohag Bihu: বিহুক (Bohag Bihu) লৈ এইবাৰ নতুন নিৰ্দেশনা অসম চৰকাৰৰ (Assam Govt)। ১ জেঠৰ পৰা কোনেও পাতিব নোৱাৰিব বিহু। এই...

Latest news

- Advertisement -spot_img