32 C
Guwahati
Saturday, May 18, 2024

Guwahati Bihu Sanmilani 2023: প্ৰতীক্ষা ৰাণীৰ শিৰত ‘বিহু সম্ৰাজ্ঞী’; পিছে কোনে জিকিলে বিহু ৰাণী, বিহু কুঁৱৰী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ?

Guwahati Bihu Sanmilani 2023: সোমবাৰে নিশা অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী, বিহু ৰাণী আৰু বিহু কুঁৱৰী প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবেলিও সমগ্ৰ অসমবাসীৰ দৃষ্টি নিৱদ্ধ আছিল এই প্ৰতিযোগিতাত।

Must Read

Guwahati Bihu Sanmilani 2023: সোমবাৰে নিশা অনুষ্ঠিত হয় ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ (Guwahati Bihu Sanmilani 2023) বিহু সম্ৰাজ্ঞী (Bihu Samragi), বিহু ৰাণী (Bihu Rani)আৰু বিহু কুঁৱৰী (Bihu Konwri) প্ৰতিযোগিতা। প্ৰতি বছৰৰ দৰে এইবেলিও সমগ্ৰ অসমবাসীৰ দৃষ্টি নিৱদ্ধ আছিল এই প্ৰতিযোগিতাত।

Guwahati Bihu Sanmilani 2023
বিহু সম্ৰাজ্ঞী, বিহু ৰাণী আৰু বিহু কুঁৱৰী

এইটো বছৰৰ লতাশিল বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলীপাৰাৰ প্ৰতীক্ষা ৰাণী বৰগোঁহায়ে (Pratiksharani Borgohain Named Bihu Samragi 2023)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৭ গৰাকী বিহুৱতীয়ে অংশগ্ৰহণ কৰিছিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত। তাৰ ভিতৰত প্ৰতীক্ষা ৰাণী বৰগোহাঁয়ে অৰ্জন কৰে শ্ৰেষ্ঠ সন্মান।

Guwahati Bihu Sanmilani 2023
Guwahati Bihu Sanmilani 2023

পিছে জানেনে এইবেলি বিহু ৰাণী, বিহু কুঁৱৰী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ কোনে অৰ্জন কৰে।
২০২৩ বৰ্ষৰ ‘বিহু ৰাণী’ খিতাপ দখল কৰে মৰাণৰ বন্যানী গগৈয়ে (Bihu Rani Banani Gogoi), ‘বিহু কুঁৱৰী’ৰ খিতাপ লাভ কৰে লখিমপুৰৰ অনন্যা ফুকনে (Bihu Konwri Ananya Phukan), শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰে দুলুমণি বৰাই (Best Drummer Dulumoni Bora)। শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ অৰ্জন কৰে দেৱজিৎ তামুলীয়ে (Best Hornpipe Instrumentalist Debajit Tamuli)

Photo: Google

লগতে পঢ়কঃ Latasil Bihu Samragi 2023: প্ৰতীক্ষা ৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল এই বৰ্ষৰ ‘বিহু সম্ৰাজ্ঞী’ৰ মুকুট; সন্মান লাভৰ পিছতে প্ৰতীক্ষাই ক’লে- ”বুজাব নোৱাৰো এই অনুভৱ, চেষ্টাৰ ফলত এটা সন্মান পালো”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -