32 C
Guwahati
Saturday, May 18, 2024

Bihu World Record 2023| আজি অসমে গঢ়িব দুটাকৈ বিশ্ব অভিলেখ; বিহু নৃত্য আৰু ঢোলবাদন এই দুটাতে গঢ়িব গীণিজ ৰেকৰ্ড…সাজু আছেনে আপুনি?

Bihu World Record 2023| ১৩ এপ্ৰিল, ২৯ চ'ত। ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নতুনকৈ লিপিবদ্ধ হ'ব অসমৰ নাম। আজিৰ দিনটোতে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালীৰ বিহু নাচে গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিব।

Must Read

Bihu World Record 2023| ১৩ এপ্ৰিল, ২৯ চ’ত। ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নতুনকৈ লিপিবদ্ধ হ’ব অসমৰ নাম। আজিৰ দিনটোতে অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালীৰ বিহু নাচে গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিব (Assam Government On Wednesday Decided To Prepone The Date Of The Guinness World Record Attempt For The Largest Bihu Dance Performance)

চৰকাৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীয়ে অতি আগ্ৰহেৰে অপেক্ষাত থকা বিশ্ব অভিলেখৰ মধুৰ ক্ষণটোৰ সাক্ষী হ’ব সমগ্ৰ সৰুসজাইত ষ্টেডিয়াম (Sarusajai Stadium)

গুৱাহাটীস্থিত সৰুসজাইত ষ্টেডিয়ামত (Guwahati Sarusajai Stadium) আজি ১১,১০৪ নাচনী–ঢুলীয়াই বিহু প্ৰদৰ্শন কৰি গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত (Guinness World Record) অসমৰ নাম অন্তৰ্ভুক্ত কৰিব। বৃহস্পতিবাৰে বিয়লি ৫ বাজি ৩০ মিনিটৰ পৰা ৬ বাজি ৩০ মিনিটৰ ভিতৰত এই বিশ্ব অভিলেখ সৃষ্টি হ’ব।

Bihu World Record 2023

উল্লেখ্য যে, ১৩ এপ্ৰিলৰ দিনা গীণিজ কৰ্তৃপক্ষৰ (Guinness World Record) সন্মুখত হ’ব বিহু নাচ (Bihu Dance) প্ৰদৰ্শন কৰি অসমে দুটাকৈ বিশ্ব অভিলেখ গঢ়িব। ইফালে ১৪ এপ্ৰিল তথা গৰু বিহুৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিশ্ববাসীলৈ বিহুৰ এক সুন্দৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰোপৰি প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে দুটাকৈ বিশ্ব অভিলেখৰ স্বীকৃতিপত্ৰ গ্ৰহণ কৰা হ’ব। এই কথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনায় (CM Himanta Biswa Sarma)

১৩ এপ্ৰিলত অসমে বিহু নৃত্য (Bihu Dance) আৰু ঢোলবাদন এই দুটাতে বিশ্ব অভিলেখ গঢ়িব (Over 11,000 Bihu Dancers, Drummers To Attempt 2 Guinness Record In Assam Today) । আজিৰ এই ঐতিহাসিক অনুষ্ঠান ৰাজ্যৰ সাধাৰণ ৰাইজে উপভোগ কৰিব পাৰিব। সৰুসজাইত বিহু নাচ চাবলৈ সকলোকে আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত (Guinness World Record) অংশগ্ৰহণ কৰিবলগীয়া ১১ হাজাৰোধিক বিহুৱা-বিহুৱতীক অসম চৰকাৰে অতিৰিক্তভাবে ২৫ হাজাৰকৈ নগদ ধন প্ৰদান কৰিব (Govt Will Pay 25 Thousand To Each Perticipent For World Record)

লগতে বিশ্ব ৰেকৰ্ডত ভাগ ল’বলৈ প্ৰশিক্ষক সকলকো সমানে এই ধন প্ৰদান কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। অতিৰিক্তকৈ ৰখা ৪০০ নাচনীকো দিয়া হ’ব একে পৰিমান (The Stage Is Set For A World Record Largest ‘Bihu Dance In A Single Venue With 12,000 Artistes)। ঢুলীয়া-নাচনীৰ বেংক একাউণ্টযোগে এই ধন প্ৰদান কৰিব চৰকাৰে।

Photo: Google

লগতে পঢ়কঃ Bohag Bihu 2023| এটা ভাল খবৰ! বিশ্ব ৰেকৰ্ড গঢ়িবলৈ অহা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীয়ে পাব ২৫ হাজাৰ টকা; লগতে প্ৰশিক্ষক আৰু বিহু নাচিবলৈ নোপোৱা নাচনীসকলেও লাভ কৰিব এই টকা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -