35 C
Guwahati
Monday, May 13, 2024

Guwahati Drunk Couple Fight: এয়াই নেকি আমাৰ যুৱ-প্ৰজন্ম? লাজ-সন্মান পাহৰি ৰাস্তাৰ মাজতে “সুৰামত্ত” যুৱক-যুৱতীৰ WWE; প্ৰথমে যুৱকে হেলমেটেৰে মাৰিলে, তাৰ পিছত…Watch Viral Video

Guwahati Drunk Couple Fight: সুৰাৰ নিচাত মাজ ৰাস্তাতে যুৱক-যুৱতীৰ অসভ্যালি কৰাৰ ঘটনা এতিয়া যেন সাধাৰণ হৈ পৰিছে

Must Read

Guwahati Drunk Couple Fight In Streets: কোন দিশে গতি কৰিছে আমাৰ যুৱ-প্ৰজন্ম?

সুৰাৰ নিচাত মাজ ৰাস্তাতে যুৱক-যুৱতীৰ অসভ্যালি কৰাৰ ঘটনা এতিয়া যেন সাধাৰণ হৈ পৰিছে (Guwahati Drunk Couple Fight)। প্ৰতিদিনে এনে অনুৰূপ ঘটনা পোহৰলৈ আহিয়েই থাকে।

Guwahati Drunk Couple Fight

কেতিয়াবা হয়তো সুৰামত্ত যুৱতীৰ মাজত কাজিয়া, কেতিয়া যুৱকৰ মাজত কাজিয়া আৰু কেতিয়া প্ৰেমিক-প্ৰেমিকাৰ মাজত কাজিয়া, তাকো ৰাজহুৱা স্থানতে-ৰাইজৰ সন্মুখতে (Drunk Couple Fight In Streets)

আৰু এই কাজিয়া প্ৰায়েই মদৰ কাৰণেই সংঘটিত হয়। পুনৰ একেই কাণ্ড সংঘটিত হৈছে মহানগৰীৰ জি এছ ৰোডত (Guwahati GS Road)। সোমবাৰে নিশা মহানগৰীৰ ৰাজপথত যুৱক-যুৱতীৰ মাজত হোৱা দুৰ্বাদল কাজিয়াৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে (Social Media Viral Video)

কালি নিশা গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত (Christian Basti) সুৰাৰ ৰাগীত মাতাল হৈ যুৱকে যুৱতীক কৰে মাৰপিট। হেলমেটেৰে যুৱতীৰ মূৰত কোবালে যুৱকে (Guwahati Drunk Couple Fight In Streets)

এবাৰ, দুবাৰ নহয় কেইবাবাৰো যুৱকজনে হেলমেটেৰে প্ৰহাৰ কৰিলে। তাৰ পিছত পাছফালৰ পৰা আহি যুৱতীগৰাকীয়েও প্ৰহাৰ কৰিলে যুৱকজনক।

নিশা হ’লে প্ৰতিদিনে একাংশ উদণ্ড যুৱক-যুৱতীয়ে সুৰাৰ ৰাগীত মাতাল হৈ কাজিয়া মাৰপিটত লিপ্ত হয় যদিও এই কাৰ্য ৰোধৰ বাবে আৰক্ষী (Guwahati Police) আৰু প্ৰশাসনে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে।

Photo & Video: Batori24

Written By: Dulu Medhi

লগতে পঢ়কঃ Sherlyn Chopra Marry Rahul Gandhi: ৰাহুল গান্ধীক বিয়া কৰোৱাব বিচাৰে শ্বাৰ্লিন চোপ্ৰাই; কিন্তু আছে এটা “চৰ্ত”… পিছে কি চৰ্ত Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -