22.2 C
Guwahati
Saturday, May 4, 2024

Sherlyn Chopra Marry Rahul Gandhi: ৰাহুল গান্ধীক বিয়া কৰোৱাব বিচাৰে শ্বাৰ্লিন চোপ্ৰাই; কিন্তু আছে এটা “চৰ্ত”… পিছে কি চৰ্ত Watch Video

Sherlyn Chopra Marry Rahul Gandhi: শ্বাৰ্লিন চোপ্ৰা বলীউডৰ সেই অভিনেত্ৰীসমূহৰ ভিতৰত এগৰাকী যিয়ে প্ৰায়ে নিজৰ মন্তব্যক লৈ চৰ্চাত থাকে

Must Read

Sherlyn Chopra Marry Rahul Gandhi But One Condition: শ্বাৰ্লিন চোপ্ৰা বলীউডৰ সেই অভিনেত্ৰীসমূহৰ ভিতৰত এগৰাকী যিয়ে প্ৰায়ে নিজৰ মন্তব্যক লৈ চৰ্চাত থাকে।

তেওঁ কেইবাবাৰো নিজৰ মন্তব্যক লৈ বিতৰ্কত আহিছে। এতিয়া আকৌ এবাৰ শ্বাৰ্লিন নিজৰ নতুন মন্তব্যক লৈ আছে চৰ্চাত। তেওঁ এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ আচৰিত কৰি দিয়া মন্তব্য প্ৰদান কৰিছে।

শ্বাৰ্লিন চোপ্ৰাই কৈছে যে তেওঁ ৰাহুল গান্ধীক বিয়া কৰোৱাব পাৰে (Sherlyn Chopra Says She Will Marry Rahul Gandhi)। কিন্তু তেওঁ ইয়াৰ সৈতে এটা চৰ্তও ৰাখিছে। যিটো শুনি এতিয়া সকলো আচৰিত হৈ উঠিছে (But She Put Forth One Condition)

Sherlyn Chopra Marry Rahul Gandhi

শ্বাৰ্লিন চোপ্ৰাৰ বৰ্তমান দিনত ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল (Sherlyn Chopra Video Viral On Social Media) হৈ আছে। এই ভিডিঅ’টোত তেওঁ তেওঁৰ বহু অনুৰাগীৰে ঘেৰি থকা দেখা গৈছে।

সেই সময়তে প্ৰাক্তন ‘বিগ বছ ১৩’ৰ প্ৰতিযোগীগৰাকীক ধেমালিতে এজন পাপাৰাজীয়ে (Paparazzi Question To Sherlyn Chopra) সুধিছিল যে তেওঁ ৰাহুল গান্ধীক (Rahul Gandhi) বিয়া কৰোৱাব বিচাৰে নেকি।

অভিনেত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ ধেমেলীয়াভাবে দি কয় যে- “হয় কিয় নহ’ম, কিন্তু মই বিচাৰো যে বিয়াৰ পিছত মোৰ উপাধি চোপ্ৰাই থাকিব (Sherlyn Chopra Marry Rahul Gandhi)।”

শ্বাৰ্লিন চোপ্ৰাৰ এই ভিডিঅ’টো তেওঁৰ ফেন ক্লাবে ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি দিয়ে।

ছচিয়েল মিডিয়াত শ্বাৰ্লিন চোপ্ৰাৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ আছে। অভিনেত্ৰীগৰাকীৰ অনুৰাগীয়ে এই ভিডিঅ’টো যথেষ্ট পচন্দ কৰিছে। লগতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে (Sherlyn Chopra Marry Rahul Gandhi)

উল্লেখ্য সোমবাৰে পুনৰ সাংসদ পদ ঘূৰাই পালে কংগ্ৰেছ নেতা গৰাকীয়ে (Congress Leader Rahul Gandhi)

নিজৰ সাহসী কণ্ঠৰ বাবে সদায়ে চৰ্চাত থাকে শ্বাৰ্লিন চোপ্ৰা। বিগত মাহত তেওঁ জুহু আৰক্ষী থানাত মুম্বাইৰ এজন ফাইনেঞ্চাৰৰ বিৰুদ্ধে নিৰ্যাতনৰ গোচৰ ৰুজু কৰি চৰ্চালৈ আহিছিল।

শ্বাৰ্লিনে অভিযোগ উত্থাপন কৰিছিল যে ফাইনেঞ্চাৰগৰাকীয়ে ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ বাবে ধন দিয়াৰ অজুহাতত তেওঁৰ সৈতে শ্লীলতা হানি কৰিছিল। বাধা দিয়াত ভাবুকি আৰু গালি-গালাজ কৰিছিল (Sherlyn Chopra Marry Rahul Gandhi)

Photo & Video: Instagram

লগতে পঢ়কঃ Guwahati Hengrabari Suicide: সমস্যাৰ সমাধান “আত্মহত্যা” কেতিয়াও নহয়! প্ৰথমে পত্নী আৰু ২ সন্তানক শোৱা কোঠাত তলা মাৰি দিয়ে; তাৰ পিছত পাকঘৰত “আত্মহত্যা” স্বামীৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -