31 C
Guwahati
Saturday, May 18, 2024

Shani Dev Puja: শনিবাৰে দান কৰক এই ৫টা বস্তু; ঘৰলৈ আহিব ধন-সম্পত্তি, বাঢ়িব সুখ-সমৃদ্ধি, লগতে হ’ব এই আচৰিত লাভালাভ…শনি দেৱ সুখী হ’লে আপোনাৰ জীৱনলৈ সুখ অহাটো নিশ্চিত!

Shani Dev Puja: হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱতাৰ বুলি কোৱা হয়। এই দিনটোত নীতি-নিয়ম অনুসৰি শনি দেৱতাক পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয়। শনিবাৰৰ দিনা দান কৰিলে ভাল বুলি গম্য কৰা হয়। দান কৰিলে শনিদেৱ সুখী হয়।

Must Read

Shani Dev Puja: হিন্দু শাস্ত্ৰ অনুসৰি শনিবাৰৰ দিনটো শনি দেৱতাৰ বুলি (Shani Dev Puja) কোৱা হয়। এই দিনটোত নীতি-নিয়ম অনুসৰি শনি দেৱতাক পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয়।

Shani Dev Puja

লোকবিশ্বাস অনুসৰি, শনি দেৱ সুখী হ’লে মানুহৰ জীৱনত সুখ অহাটো নিশ্চিত, কিন্তু যদি শনি দেৱে কাৰোবাৰ ওপৰত খং কৰে, তেন্তে ক্ষতি হোৱাটোও নিশ্চিত।

আহক জানো শনিদেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰৰ দিনা কি কি দান কৰিব লাগে (Shani Dev Puja)-

১. শনিবাৰে ক’লা কাপোৰ আৰু জোতা দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। যদি আপোনাৰ স্বাস্থ্যজনিত সমস্যা হৈ আছে, তেন্তে আপুনি ক’লা কাপোৰ দান কৰিব লাগে। শনিবাৰে সন্ধিয়া এজন দুখীয়া লোকক ক’লা কাপোৰ আৰু জোতা দান কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ লাভালাভ হোৱাটো নিশ্চিত (Shani Dev Puja)

Shani Dev Puja

২. যদি কোনোবা লোক জীৱনত শনি দোষত ভুগি আছে, তেন্তে ইয়াৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ লোকজনে প্ৰতি শনিবাৰে ৬ বিধৰ শস্য দান কৰিলে ভাল ফল পোৱাৰ সম্ভাৱনা থাকে। ঘেঁহু, চাউল, গ্ৰাম, মাকৈ, জোৱাৰ আৰু ক’লা মাহৰ দাইল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয় (Shani Dev Puja)

Shani Dev Puja

৩. যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যদি যুঁজি আছে, তেন্তে ক’লা তিল আৰু ক’লা মাহ দান কৰিলে সমস্যা দূৰ হোৱাৰ সম্ভাৱনা থাকে। শনিবাৰে সন্ধিয়া, এজন দুখীয়া লোকক প্ৰায় ১.২৫ কিলোগ্ৰাম ক’লা মাহৰ দাইল বা ক’লা তিল দান কৰাটো অতি লাভজনক বুলি গণ্য কৰা হয়।

Shani Dev Puja

লগতে পঢ়কঃ Vastu Tips Money: জানি থওক! ঘৰত যদি টকা নিটিকে তেন্তে বাস্তুৰ এই উপায়টো কৰি চাওক; ঘৰলৈ আহিব মা লক্ষ্মী…হ’ব টকাৰ বৰষুণ!

৪. শনিবাৰে লোহাৰ বস্তু দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। অৱশ্যে শনিবাৰে লোহাৰ বস্তু কিনাটো শুভ বুলি গণ্য কৰা নহয়, কিন্তু ইয়াক দান কৰিলে শনি দোষ দূৰ হয়।

Shani Dev Puja

৫. শনিবাৰৰ দিনটোত সৰিয়হৰ তেল দান কৰাটোও অতি লাভজনক বুলি বিশ্বাস কৰা হয়। এই দিনটোত সৰিয়হ দান কৰাৰ ফলত ৰৈ থকা কাম পুনৰ আৰম্ভ হয়।

ইয়াৰ বাবে, শনিবাৰে ৰাতিপুৱা এটা লোহাৰ পাত্ৰত সৰিয়হৰ তেল ল’ব আৰু ইয়াত এটা পইচা ৰাখিব। তাৰ পিছত ইয়াক এজন দুখীয়া লোকক দান কৰিব বা ইয়াক আঁহত গছৰ তলত ৰাখিব। এনে কৰিলে শনি দেৱ বহুত সুখী হয় বুলি বিশ্বাস কৰা হয়।

Shani Dev Puja

Photo: Google

লগতে পঢ়কঃ Junmoni Case New Turn: আকৌ নতুন মোৰ! জোনমণিৰ ঘটনাই এতিয়া লৈছে নাটকীয় ৰূপ; এইবাৰ ঘটনাটোৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ কথা ওলাল মিছা…সেই নিশা প্ৰণৱে চলোৱাই নাছিল গাড়ী!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -