37 C
Guwahati
Friday, May 17, 2024

Vastu Tips Money: জানি থওক! ঘৰত যদি টকা নিটিকে তেন্তে বাস্তুৰ এই উপায়টো কৰি চাওক; ঘৰলৈ আহিব মা লক্ষ্মী…হ’ব টকাৰ বৰষুণ!

Vastu Tips Money Prosperity: বাস্তুৰ নিয়মৰ বিষয়ে যদি সঠিক জ্ঞান নাথাকে তেন্তে ঘৰত সদায়ে দৰিদ্ৰতা থাকিব। বাস্তুৰ কিছুমান উপায় কৰিলে লক্ষ্মী মা সোনকালে সুখী হয় আৰু ঘৰত সুখ-সমৃদ্ধি আহে।

Must Read

Vastu Tips Money Prosperity: বাস্তুত শক্তিৰ বিশেষ গুৰুত্ব আছে। ঘৰত বাস্তুৰ নিয়ম অনুসৰণ কৰিলে মা লক্ষ্মীৰ ঘৰত আগমন ঘটে। অৱশ্যে কিছুমান ভুলৰ বাবে মা লক্ষ্মীও অসন্তুষ্ট হৈ গুচি যায়।

বাস্তুৰ নিয়মৰ সঠিক জ্ঞান নহ’লে ঘৰত টকা টিকি নাথাকে। আহক জানো কি কাৰণত ঘৰত টকা নিটিকে আৰু সেইবোৰ দূৰ কৰাৰ বাস্তু উপায়।

ধন লাভ কৰাৰ উপায় (Vastu Tips Money Prosperity)-

১. ঘৰৰ ধন ৰখা স্থান সদায় ঘৰৰ উত্তৰ দিশত বনাব লাগে। বাস্তু অনুসৰি ঘৰৰ উত্তৰ অংশ কুবেৰ হিচাপে গণ্য কৰা হয়। যদি আপুনি আলমিৰাত টকা ৰাখে তেন্তে তাৰ মধ্য বা ওপৰৰ অংশত ৰাখক (Vastu Tips Money)। বাস্তু অনুসৰি এই দুটা স্থানৰ বাহিৰে যদি তলৰ স্থানত ৰাখে তেন্তে ধন কেতিয়াও নিটিকিব। নিজৰ ধন ৰখা লকাৰত ব্যৱসায় বৃদ্ধি যন্ত্ৰ, মহালক্ষ্মী যন্ত্ৰ আৰু বিছা যন্ত্ৰ ৰাখিবলৈ আৰম্ভ কৰি দিয়ক। লকাৰেও এইবোৰ ৰাখিলে লক্ষ্মী মা আকৰ্ষিত হয়।

Vastu Tips Money

২. বহুত চেষ্টা কৰিও যদি ঘৰত টকা ৰাখিব পৰা নাই তেন্তে নিজৰ পূজা ঘৰত ধনৰ দেৱী লক্ষ্মী আৰু কুবেৰ দেৱতাৰ মূৰ্তি স্থাপন কৰক। এই দুগৰাকীক নিয়মিতভাবে পূজা কৰক। এইটো উপায় কৰিলে ঘৰত কেতিয়াও টকা-পইচাৰ অভাৱ নহ’ব (Vastu Tips Money)

Vastu Tips Money

লগতে পঢ়কঃ Vastu Shastra: জানি থওক! ঘৰত যদি সদায়ে সুখ-শান্তি বিচাৰে তেন্তে এইবোৰ ঠাইত নাৰাখিব জোতা-ঝাড়ু; নহ’লে দুৰ্ভাগ্যই লগ নেৰা হ’ব, হ’ব ধনৰ অভাৱ, পিছে জানো আহক কি কি ঠাইত?

৩. প্ৰায় লোকে ৰাতি আহাৰ খোৱাৰ পিছত লেতেৰা বাচন তেনেকৈ এৰি দিয়ে। বাস্তু অনুসৰি এনে কৰাতো যথেষ্ট অশুভ বুলি গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি যিবোৰ ঘৰত ৰাতিৰ সময়ত লেতেৰা বাচন নোধোৱাকৈয়ে এৰি দিয়ে তাত মা লক্ষ্মী কেতিয়াও নিটিকে। সেইবাবে ৰাতি বাচনবোৰ ধুইহে শুৱক।

Vastu Tips Money

৪. যিবোৰ ঘৰ অপৰিষ্কাৰ, তাত কেতিয়াও লক্ষ্মা মা বাস নকৰে। সেইবাবে ঘৰখন সদায় চাফা কৰি ৰাখক। ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও জাৱৰ থ’ব নালাগে, এই দিশটো মন্দিৰৰ স্থান বুলি কোৱা হয়। এনে কৰিলে লক্ষ্মী মা অসন্তুষ্ট হয় আৰু ঘৰত দৰিদ্ৰতা আহে।

Vastu Tips Money

৫. ধন সম্বন্ধীয় সমস্যাত ভুগি আছে নেকি? তেন্তে আপুনি আপোনাৰ পূজা ঘৰৰ দক্ষিণত শংখ নিশ্চয়কৈ ৰাখক। পূজা কৰাৰ সময়ত প্ৰতিদিনে এই শংখ বজাও। এনে কৰিলে ঘৰত মা লক্ষ্মী বাস কৰে আৰু ধন সম্বন্ধীয় সমস্যা আঁতৰি যায়।

Vastu Tips Money

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত।) Batori24-এ এইটো নিশ্চিত নকৰে।)

Photo: Google

লগতে পঢ়কঃ Minakshi Kakati Bribe Case: ঘোচখোৰ চৰকাৰী কৰ্মচাৰী! ৪ হাজাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা মিনাক্ষী কাকতিৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ; উদ্ধাৰ হোৱা টকাৰ পৰিমান শুনিলে আপুনিও হ’ব আচৰিত!

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -