30 C
Guwahati
Saturday, May 4, 2024

20 Celebrities Lookalike: বলীউডত Xerox Copy! ২০ গৰাকী বলীউডৰ আৰু টিভিৰ তাৰকা যিকেইগৰাকীৰ ভাতৃ-ভগ্নী দেখাত হুবহু; যেন কাৰ্বন কপী, বিশ্বাস হোৱা নাই যদি চাই লওক Photos

20 Celebrities Lookalike In Bollywood And TV: বলীউডত বা টিভিৰ পৰ্দাত এনে বহু কেইগৰাকী তাৰকা আছে, যাৰ ভাতৃ বা ভগ্নী হুবহু দেখাত

Must Read

20 Celebrities Lookalike In Bollywood And TV: বলীউডত বা টিভিৰ পৰ্দাত এনে বহু কেইগৰাকী তাৰকা আছে, যাৰ ভাতৃ বা ভগ্নী হুবহু দেখাত।

তেওঁলোকৰ জন্ম হোৱাৰ বছৰ বেলেগ বেলেগ, তেওঁলোকৰ মাজত বয়সৰো পাৰ্থক্য আছে কিন্তু তেওঁলোক দেখাত হুবহু; যেন কাৰ্বন কপী (20 Celebrities Lookalike)

ইয়াত বলীউডৰ আৰু টিভি পৰ্দাৰ সেইসকল ভাতৃ আৰু ভগ্নীৰ যুটিৰ তালিকা দেখুৱাম, যিসকল দেখাত প্ৰায় একে। বিশ্বাস হোৱা নাই যদি এবাৰ চাই লওক তলৰ তালিকাখন (20 Celebrities Lookalike)

এইসকল বলীউড আৰু টিভিৰ তাৰকাৰ Xerox Copy-

১. শিল্পা আৰু শ্বমিতা ছেট্টী (Shilpa And Shamita Shetty)

20 Celebrities Lookalike

২. আয়ুষমান খুৰানা আৰু অপৰশক্তি খুৰানা (Ayushmann Khurrana and Aparshakti Khurana)

৩. আলি জাফৰ আৰু ডনয়াল জফৰ (Ali Zafar and Danyal Zafar)

20 Celebrities Lookalike

৪. অনিল আৰু সঞ্জয় কাপুৰ (Anil and Sanjay Kapoor)

৫. অনুপম আৰু ৰাজু খেৰ (Anupam and Raju Kher)

৬. কেটৰিনা আৰু ইজাবেল কাঈফ (Katrina and Isabelle Kaif)

20 Celebrities Lookalike

৭. জন্নত আৰু আয়ান জুবেইৰ (Jannat and Ayaan Zubair)

৮. মেহৰ বিজ আৰু পিযুষ সহদেৱ (Meher Vij and Piyush Sahdev)

 

৯. অমৃতা আৰু প্ৰিতীকা ৰাও (Amrita and Preetika Rao)

 

১০. শক্তি আৰু মুক্তি মোহন (Shakti and Mukti Mohan)

20 Celebrities Lookalike

১১. ভাৰতী আৰু পিংকী সিং (Bharti and Pinky Singh)

১২. মনবিৰ আৰু অনুপ গুৰজাৰ (Manveer and Anoop Gurjar)

20 Celebrities Lookalike

১৩. মোনী আৰু মুখৰ ৰয় (Mouni and Mukhar Roy)

20 Celebrities Lookalike

১৪. ৰোহিত আৰু ৰোণিত ৰয় (Rohit and Ronit Roy)

20 Celebrities Lookalike

১৫. ৰিয়া আৰু ৰাইমা ছেন (Riya and Raima Sen)

20 Celebrities Lookalike

১৬. কৃতি আৰু নুপুৰ সেনন (Kriti and Nupur Sanon)

১৭. ছাৰা আৰু ইব্ৰাহীম আলী খান (Sara and Ibrahim Ali Khan)

১৮. ৰিয়া আৰু সোনম কাপুৰ (Riya and Sonam Kapoor)

20 Celebrities Lookalike

১৯. ভূমি আৰু সমিক্ষা পেদনেকাৰ (Bhumi and Samiksha Pednekar)

20 Celebrities Lookalike

২০. তাপসী আৰু শগুণ পন্নু (Taapsee and Shagun Pannu)

20 Celebrities Lookalike

Photo: Google

লগতে পঢ়কঃ Dhubri 3 Labours Died: কৰুণ ঘটনা! পানী যোগান আঁচনিৰ টেংকী চাফা কৰি আছিল ৩ শ্ৰমিকে; অক্সিজেনৰ অভাৱ হৈ তলত বাগৰি পৰে, তিনিওজনৰে মৃত্যু

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -