31 C
Guwahati
Saturday, May 18, 2024

Dhubri 3 Labours Died: কৰুণ ঘটনা! পানী যোগান আঁচনিৰ টেংকী চাফা কৰি আছিল ৩ শ্ৰমিকে; অক্সিজেনৰ অভাৱ হৈ তলত বাগৰি পৰে, তিনিওজনৰে মৃত্যু

Dhubri 3 Labours Died In Assam: বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)।

Must Read

Dhubri 3 Labours Died In Assam: বিলাসীপাৰাৰ নয়াহাটত সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)।

পানী যোগান আঁচনিৰ টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৩জন শ্ৰমিকে (Three Labours Died Inside A Water Tank)

টেংকীৰ ভিতৰত ছাটাৰিং খুলি ভিতৰত সোমাইছিল আৰু চাফা কৰিব ধৰিছিল টেংকীটো। কিন্তু কিছু সময়ৰ পিছতে অক্সিজেনৰ অভাৱ ঘটে। যাৰ ফলত ভিতৰত থকা তিনিওজন শ্ৰমিক তলত বাগৰি পৰে (Dhubri 3 Labours Died)

এই ঘটনাত তিনিওজন শ্ৰমিকে হেৰুৱায় প্ৰাণ। প্ৰথম অৱস্থাত এই ৩জনৰ ভিতৰৰ এজনৰ অৱস্থা সংকটজনক আছিল বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ (Dhubri Medical College And Hospital) লৈ যোৱা হৈছিল। কিন্তু তাত মৃত বুলি ঘোষণা কৰে।

ৰাইজৰ অভিযোগ, ঠিকাদাৰ আৰু অভিযন্তাৰ হেমাহি আৰু গাফিলতিৰ বাবে সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা (Dhubri 3 Labours Died)। ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে লোককেইজনক।

মৃত ফকিৰানীঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ ছহিদুৰ ইছলাম, ফকিৰানীঝাৰ গাঁৱৰ শ্ৰমিক হজৰত আলী আৰু ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱৰ ছায়েদ আলী। ঘটনাস্থলীত বিলাসীপাৰা মহকুমাধিপতি আৰু বিলাসীপাৰা মহকুমা আৰক্ষী (Bilasipara Police) উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Photo & Input: NasirUddin Ahmed

লগতে পঢ়কঃ Golaghat Triple Murder Update: গোলাঘাটৰ পত্নী-শাহু-শহুৰ হত্যাকাণ্ড; হত্যাৰ সময়ত ভিডিঅ’ কলিঙত আছিল পত্নী সংঘমিত্ৰাৰ ভগ্নী অংকিতা, ভিনিহীয়েকে বায়েকক ঘপিয়াইছিল আৰু এই সমগ্ৰ দৃশ্য দেখিছিল ভনীয়েকে…ভিনিহীয়েকে বায়েকৰ কৰিছিল গা ধোৱা ভিডিঅ’ও

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -