33.1 C
Guwahati
Friday, May 3, 2024

Money Problem Vastu: ভুলতেও কাৰোৰে পৰা এই ৫ বিধ বস্তু Freeতে নল’ব; নহ’লে হ’ব টকা-পইচাৰ অভাৱ, লগ নেৰিব দৰিদ্ৰতাই, পিছে জানি লওক কি কি বস্তু?

Money Problem Vastu: বাস্তু শাস্ত্ৰত কিছুমান এনে গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে কোৱা হৈছে যিবোৰত গুৰুত্ব নিদিলে জীৱনত বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেনে এটা নিয়ম হ'ল কিছুমান বস্তু Freeতে নোলোৱা

Must Read

Money Problem Vastu Tips: বাস্তু শাস্ত্ৰত কিছুমান এনে গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে কোৱা হৈছে যিবোৰত গুৰুত্ব নিদিলে জীৱনত বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেনে এটা নিয়ম হ’ল কিছুমান বস্তু Freeতে নোলোৱা (Money Problem Vastu)।

যদি এই বস্তুবোৰ কাৰোবাৰ পৰা বিনামূলীয়াকৈ লোৱা হয় তেনেহ’লে ইয়াৰ পৰা বাস্তু দোষৰ সৃষ্টি হয়।

লক্ষ্মী মা অসন্তুষ্ট হয় আৰু জীৱনত দ্ৰুতগতিত দৰিদ্ৰতা আহি যায়। বাৰে বাৰে ধন হেৰুৱাই, প্ৰগতিৰ পথ বন্ধ হৈ যায় (Money Problem Vastu)

লগতে পঢ়কঃ জানি থওক! বহি থকাৰ সময়ত ভৰি নচুৱাই (Moving Legs) থাকে নেকি? যদি থাকে তেন্তে আজিয়েই এৰক এই অভ্যাস, নহ’লে দৰিদ্ৰতাই কেতিয়াও লগ নেৰিব, আৰু হ’ব বহু লোকচান…

আহক জানো কি কি বস্তু ভুলতেও ফ্ৰীতে লোৱা উচিত নহয় (Money Problem Vastu)-

১. নিমখ (Salt)-

Money Problem Vastu

বাস্তু আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি নিমখৰ সম্বন্ধ শনিৰ সৈতে আছে। যদি কাৰোবাৰ পৰা বিনামূলীয়াকৈ নিমখ লৈ ব্যৱহাৰ কৰা হয় তেন্তে সেই লোকজনৰ ধাৰ বাঢ়িবলৈ ধৰে।

সেই লোকজনক বহু ৰোগে আগুৰি ধৰে আৰু চাওত চাওতে সেই লোকজনৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিব ধৰে।

২. বেজী (Needle)-

Money Problem Vastu

বিনামূলীয়াকৈ কাৰোৰে পৰা কেতিয়াও বেজী নল’ব। এনে কৰিলে সম্পৰ্ক নষ্ট হয়। বিনামূলীয়াকৈ লোৱা বেজী ব্যৱহাৰ কৰিলে বৈবাহিক জীৱন আৰু প্ৰেমৰ সম্পৰ্কৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

লগতে আৰ্থিকভাবে লোকচানো হয়। গতিকে বেজী নিজে কিনিহে ব্যৱহাৰ কৰক।

৩. ৰুমাল (Handkerchief)-

Money Problem Vastu

কাৰোবাৰ ৰুমাল ব্যৱহাৰ কৰা বা উপহাৰ হিচাপে ৰুমাল দিয়া ডাঙৰ ক্ষতিৰ কাৰণ হ’ব পাৰে।

বিনামূলীয়াকৈ লোৱা ৰুমালৰ ব্যৱহাৰ কৰা সম্পৰ্কিত লোকজনৰ সৈতে আপোনাৰ কাজিয়াৰ কাৰণ হ’ব পাৰে। তাৰ দ্বাৰা সম্পৰ্ক ভাঙিব পাৰে।

৪. লোহা (Iron)-

Money Problem Vastu

লোহাৰ সৈতেও শনিৰ সম্পৰ্ক আছে। কুন্দলীত যদি শনি অশুভ হৈ আছে তেন্তে শনিৰ সৈতে সম্পৰ্কিত বস্তুদান কৰিব লাগে। যাতে সমস্যাবোৰৰ পৰা সকাহ পাব পাৰি।

একে সময়তে কাৰোবাৰ পৰা বিনামূলীয়াকৈ লোহা বা লোৰ সামগ্ৰী লোৱাটো সমস্যাবোৰক নিজেই আমন্ত্ৰণ কৰাৰ দৰে হয়। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা, জীৱনত বাধা, চাপ আদিৰ কাৰণ হয়।

৫. তেল (Oil)-

Money Problem Vastu

শনিৰ দুখ-কষ্টৰ পৰা সকাহ পাবলৈ তেল দান কৰা বা শনি দেৱক তেল আগবঢ়োৱাটো এক অতি কাৰ্যকৰী উপায় বুলি গণ্য কৰা হয়।

একে সময়তে, কাৰোবাৰ পৰা বিনামূলীয়াকৈ তেল ল’লে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। এনে কৰাৰ দ্বাৰা, আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে, আপুনি বেয়াকৈ আৰ্থিক সমস্য়াৰ ভুক্তভোগী হ’ব পাৰে (Money Problem Vastu)

(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত। Batori24-এ এইটো নিশ্চিত নকৰে।)

Photo: Google

লগতে পঢ়কঃ Chandrayaan 3 Schools Open: কাইলৈ সন্ধিয়ালৈ খোলা ৰাখিব লাগিব ৰাজ্যৰ সকলো বিদ্যালয়; এই নিৰ্দেশ অসম সৰ্বশিক্ষা অভিযান মিছনৰ, কাৰণ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -