31 C
Guwahati
Thursday, May 16, 2024

Assam Rohingya Infiltrator: এইবাৰ অসমৰ বোৱাৰী নিলে ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে; ২ পুত্ৰৰ “সুন্দৰী মাতৃক” ত্ৰিপুৰাৰে সোমাই কৰিলে অপহৰণ, হিয়াভগা কান্দোন স্বামীৰ…

Assam Rohingya Infiltrator: এইবাৰ অসমৰ বোৱাৰী নিলে ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে। সুন্দৰী পত্নীক অপহৰণ কৰাৰ পিছতে ২ পুত্ৰক বুকুত সাৱটি হিয়াভগা কান্দোন দুৰ্ভগীয়া স্বামীৰ

Must Read

Assam Rohingya Infiltrator: এইবাৰ অসমৰ বোৱাৰী নিলে ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে (Rohingya Infiltrators)। সুন্দৰী পত্নীক অপহৰণ কৰাৰ পিছতে ২ পুত্ৰক বুকুত সাৱটি হিয়াভগা কান্দোন দুৰ্ভগীয়া স্বামীৰ।

ইফালে স্বামীয়ে অপহৰণকাৰীৰ পৰিচয় ৰোহিংগা বুলি জানি কান্দি কান্দি চকুপানীৰে বাট নেদেখা হৈছে (Women From Assam Abducted By Rohingya Infiltrator)

Assam Rohingya Infiltrator

ধুবুৰীৰ (Dhubri) বিলাসীপাৰাৰ (Bilasipara) ২ পুত্ৰৰ সুন্দৰী মাতৃক অপহৰণ কৰি নিয়া অপহৰণকাৰীৰ (Kidnapper) পেৰাত উদ্ধাৰ হৈছে বিভ্ৰান্তিমূলক নথিপত্ৰ।

এখন নথি যদি ম্যানমাৰৰ, আনখন বাংলাদেশৰ, আনকি মহম্মদ জাহিদৰ নামত ৰোহিংগ্যা শৰণাৰ্থীয়ে (Assam Rohingya Infiltrator) ত্ৰিপুৰাৰ আগৰতলাৰ পৰা উলিয়াই লৈছে আধাৰকাৰ্ড।

তাৰ লগতে ৰাষ্ট্ৰসংঘত শৰণাৰ্থী হিচাপে মহম্মদ জাহিদে আৱেদন জনোৱা এখন নথিও জব্দ কৰি আৰক্ষীক গতাই দিছে ভুক্তভোগী পৰিয়ালে। কিন্তু তাৰ পিছতো ধুবুৰী আৰক্ষীয়ে (Dhubri Police) বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ (Assam Rohingya Infiltrator)

৩খন দেশত ৩টা ঠিকনা থকা মহম্মদ জাহিদে অপহৰণ কৰি নিয়া সুন্দৰী মহিলাক আন্তঃৰাষ্ট্ৰীয় নাৰী দেহ ব্যৱসায়ীক (International Prostitution Racket) গতাই দিয়াৰ সন্দেহ দল-সংগঠনৰ।

ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰা ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে অসমৰ পৰা বিবাহিতা মহিলাক অপহৰণ কৰাৰ দুঃসাহস কৰা কাণ্ডত হতচকিত বিলাসীপাৰাৰ ৰাইজ (Assam Rohingya Infiltrator)

অসমত প্ৰৱেশৰ আগতে মহম্মদ জাহিদে আগৰতলাত আধাৰ কাৰ্ড প্ৰস্তুত কৰা ঘটনায়ো চিন্তিত কৰিছে স্থানীয় ৰাইজক।

Photo: Batri24

লগতে পঢ়কঃ Money Problem Vastu: ভুলতেও কাৰোৰে পৰা এই ৫ বিধ বস্তু Freeতে নল’ব; নহ’লে হ’ব টকা-পইচাৰ অভাৱ, লগ নেৰিব দৰিদ্ৰতাই, পিছে জানি লওক কি কি বস্তু?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -