30 C
Guwahati
Monday, April 29, 2024

Mizoram Bridge Collapsed Update: কৰুণ! মিজোৰামত নিৰ্মীয়মান ৰে’লৱে দলং খহি ১৭জনৰ নহয় ৪০জন শ্ৰমিকৰ হৈছে মৃত্যু; ১৭জনৰ মৃতদেহ উদ্ধাৰ, উটি গ’ল বহুজন…

Mizoram Bridge Collapsed Update: বুধবাৰে পুৱা মিজোৰামত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। এখন নিৰ্মীয়মান ৰে'লৱে দলং খহি পৰিছিল

Must Read

Mizoram Bridge Collapsed Update: বুধবাৰে পুৱা মিজোৰামত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। এখন নিৰ্মীয়মান ৰে’লৱে দলং খহি পৰিছিল।

এই দুৰ্ঘটনাৰ ফলত দলংখনৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ থকা প্ৰায় ৪০জন শ্ৰমিকে হেৰুৱাইছিল প্ৰাণ (At Least 40 Workers Died)

চুবুৰীয়া ৰাজ্য মিজোৰামৰ ছাইৰাং (Mizoram Sairang) অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Accident)। পুৱা ১০ বজাত সুউচ্চ ৰে’লৱে দলংখন খহি পৰাৰ ফলতে হৈছিল এই শোকৱহ দুৰ্ঘটনাটো।

Mizoram Bridge Collapsed Update

আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ পৰা ১৭টাতকৈ অধিক মৃতদেহ উদ্ধাৰ কৰে (17 Deadbody Recovered)

Mizoram Bridge Collapsed Update Mizoram Bridge Collapsed Update Mizoram Bridge Collapsed Update

উল্লেখ্য দুৰ্ঘটনা সংঘটিত হোৱা এই ৰে’লৱে দলংখন ভাৰতীয় ৰে’লৱেই উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীক সংযোগ কৰা ব্যয়বহুল প্ৰকল্পৰ আধাৰত নিৰ্মাণ কৰি আছিল (Bridge Collapsed In Mizoram’s Sairang)

বিগত কিছুবছৰ ধৰি অতি বিপদসংকুলভাবে এই দলঙৰ নিৰ্মাণকাৰ্য চলি আছিল (Under Constructed Railway Bridge)

এই দুৰ্ঘটনা আইজলৰ (Aizwal) পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত সংঘটিত হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত নিৰ্মাণ কাৰ্য চলি আছিল। ইতিমধ্যে টুইটযোগে এই কথা জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই (Mizoram CM Zoramthanga)

জানিব পৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত প্ৰায় ৫০জন লোক উপস্থিত আছিল (Mizoram Bridge Collapsed Update)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) উক্ত ঘটনাটোত শোক প্ৰকাশ কৰাৰ লগতে প্ৰতিজন মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ (Compensation) দিয়াৰ কথা ঘোষণা কৰিছে (Mizoram Bridge Collapsed Update)

আনহাতে, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাৰ লোকসকলৰ বাবে শোক প্ৰকাশ কৰি উদ্ধাৰ অভিযান চলি থকাৰ কথা উল্লেখ কৰে (Zoramthanga Chief Minister Of Mizoram)

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও (West Bengal CM Mamata Banerjee) দুৰ্ঘটনাটোক লৈ শোকপ্ৰকাশ কৰে। নিহত অধিকাংশ শ্ৰমিক পশ্চিংবংগৰ মালডা জিলাৰ (Malda District) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মিজোৰামৰ খৰশ্ৰোতা কুৰুং নৈৰ (Kurung River) ওপৰত এই দলংখন নিৰ্মাণ কৰা হৈছিল। বহুকেইজন শ্ৰমিক কুৰং নৈত উটি যোৱা বা বোকাত পোত খোৱা বুলি সন্দেহ কৰা হৈছে। ভৈৰবীৰ পৰা ছাইৰাঙক দলংখনে সংযোগ কৰিছিল (Mizoram Bridge Collapsed Update)

উল্লেখ্য, ভৈৰবীৰ পৰা ছাইৰাং ৰে’লৱে লাইন প্ৰকল্পৰ অধীনত ১৩০খন দলং নিৰ্মাণ কৰা হৈছে। বুধবাৰে ভাঙি পৰা দলংখনে ইয়াৰে এখন দলং আছিল (Mizoram Bridge Collapsed Update)

Photo: Twitter

লগতে পঢ়কঃ Assam Rohingya Infiltrator: এইবাৰ অসমৰ বোৱাৰী নিলে ৰোহিংগ্যা অনুপ্ৰৱেশকাৰীয়ে; ২ পুত্ৰৰ “সুন্দৰী মাতৃক” ত্ৰিপুৰাৰে সোমাই কৰিলে অপহৰণ, হিয়াভগা কান্দোন স্বামীৰ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -