29 C
Guwahati
Monday, May 20, 2024

Home Tips Dirty Stains: জানি থওক! অজানিতে কাপোৰত কেতিয়াবা বেয়াকৈ “দাগ” লাগি যায়; সেইবোৰ কেনেকৈ আঁতৰ কৰে? আমি দিম কেইটামান সহজ Tips, আহক জানি লওক কি কি?

Home Tips Dirty Stains: দাগ সকলোৰে বাবে মূৰৰ বিষৰ কাৰণ। সকলোধৰণৰ দাগেই সকলোকে সমস্যাত পেলায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আছে কেইটামান সহজ উপায়

Must Read

Home Tips Dirty Stains On Cloths: দাগ সকলোৰে বাবে মূৰৰ বিষৰ কাৰণ। সকলোধৰণৰ দাগেই সকলোকে সমস্যাত পেলায়।

কিছুমান দাগে (Dirty Stains) মানুহক যথেষ্ট অস্বস্থিত পেলায়। যিবোৰৰ বাবে আমাৰ খং উঠাটো স্বাভাৱিক হৈ পৰে।

যদি এনেবোৰ দাগৰ (Home Tips Dirty Stains) পৰা পৰিত্ৰাণ পাব বিচাৰিছে তেন্তে আহক আমি দি আছো কেইটামান Tips-

১. যদি আপোনাৰ কাপোৰত চিয়াঁহিৰ দাগ (Ink Stains) পৰিছে, তেন্তে সেই ঠাইত অলপ টুথপেষ্ট ঘঁহি দিয়ক। দাগটো কম সময়ৰ ভিতৰতে নাইকিয়া হৈ যাব।

Home Tips Dirty Stains

লগতে পঢ়কঃ Love Bite Mark: জানি থওক ! “লভ বাইট”ৰ চিন পৰাক লৈ কেতিয়াবা লাজত পৰিছেনে? যদি পৰিছে তেন্তে এই ৩টা উপায়েৰে মিনিটতে নাইকিয়া হ’ব “Love Bite”…

২. যদি কোনো প্ৰকাৰে কাপোৰত তেজৰ দাগ (Blood Stains) লাগি যায়, তেন্তে সেই দাগ আঁতৰাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ইয়াৰ দাগ আঁতৰাবলৈ আপুনি ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। ভিনেগাৰৰ সহায়ত দাগ দূৰ হ’ব।

Home Tips Dirty Stains
Blood spots on grey linen bedding

৩. গৰমৰ তাপমাত্ৰা বেছি হ’লে গাৰ পৰা ঘাম ওলোৱাটো (Sweat Stains) স্বাভাৱিক কথা। কিন্তু কেতিয়াবা সেই ঘামে কাপোৰত দাগ এৰি দিয়ে। যদি সেই দাগবোৰ দূৰ কৰোতে সমস্যা হয়, তেন্তে ইয়াৰ সমাধান হিচাপে নেমুৰ ৰস ব্যৱহাৰ কৰিব।

Home Tips Dirty Stains

৪. প্ৰতিদিনে ব্যৱহাৰ কৰা বাচনৰ (Utensil Stains) উজ্জ্বলতা দিনে-দিনে কমি আহে বা তাত দাগ পৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত চাউল ধোৱা পানীত পুৰণি গিলাচ বা ষ্টীলৰ বাচনবোৰ অলপ সময় ৰখাৰ পিছত ধুলে সেইবোৰ উজ্জ্বল হৈ উঠে।

Home Tips Dirty Stains

৫. নেমুৰ বাকলি কেতিয়াও পেলাই নিদিব, ইয়াক সৰু টুকুৰাক কাটি ডিটাৰ্জেণ্টৰ পেকেট এটাত মিহলি কৰক। যাৰ ফলত কাপোৰ ধুবলৈ চাবোন বা ডিটাৰ্জেণ্ট কম প্ৰয়োজন হ’ব আৰু কাপোৰো জিলিকি উঠিব (Home Tips Dirty Stains)

 

৬. পেন বা ফ্ৰাইং পেনত কিবা বস্তু বনালে কেতিয়াবা জ্বলি লাগি ধৰে, যি ধুই পৰিষ্কাৰ কৰোতে বহুত কষ্ট হয় (Kitchen Pan Stains)

Home Tips Dirty Stains

কেতিয়াবা দাগবোৰ অলপকৈ হ’লেও ৰৈ যায়। বাকী থকা দাগবোৰ আঁতৰাবলৈ কেইটামান কটা পিয়াজ পানীত তিয়াই পেনত কিছু সময় থৈ দিয়ক। দাগবোৰ লাহে লাহে নাইকিয়া হৈ যাব(Home Tips Dirty Stains)

Photo: Google

লগতে পঢ়কঃ Maharashtra Horrific Accident: খুবেই ভয়ংকৰ! প্ৰথমে ৪খন গাড়ীক খুন্দিয়াই এখন ট্ৰাকে; তাৰ পিছত সকলো ভাঙি-ছিঙি সোমাই যায় এখন হোটেলত, ১০জনে হেৰুৱালে প্ৰাণ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -