32 C
Guwahati
Wednesday, May 15, 2024

Guwahati Gang Raped: শিঁয়ৰি উঠিব গাৰ নোম! মুকবধিৰ মাতৃ-কন্যাক ৮ পাষণ্ডৰ “দলবদ্ধ ধৰ্ষণ”; ধৰ্ষণতে ক্ষান্ত নাথাকি “যৌনাংগত” সানিলে জলকীয়াৰ গুৰি, ৪ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

Guwahati Gang Raped 4 Rapist Arrest: গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ পৰা পোহৰলৈ আহিছে এক গাৰ নোম শিঁয়ৰি উঠোৱা ঘটনা (Horrific Incident)

Must Read

Guwahati Gang Raped 4 Rapist Arrest: গুৱাহাটী মহানগৰীৰ (Guwahati) সাতগাঁৱৰ (Satgaon) পৰা পোহৰলৈ আহিছে এক গাৰ নোম শিঁয়ৰি উঠোৱা ঘটনা (Horrific Incident)।

জানিবলৈ দিয়া অনুসৰি, ১৭ মে’ত ৮ পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী মুকবধিৰ বৃদ্ধা মাতৃ আৰু মুকবধিৰ কন্যা (Mother And Daughter Gang-Raped By 8 Rapist At Satgaon)

মে’ মাহত এই নৃশংস ঘটনাটো সংঘটিত হৈছিল যদিও মঙলবাৰেহে এই ঘটনা পোহৰলৈ আহে। অভিযোগ উত্থাপন হৈছে যে খোদ আৰক্ষীয়ে লুকাই ৰাখিছিল এই জঘন্য ঘটনাটো।

উল্লেখ্য এই ৮ পাষণ্ডই বৃদ্ধা মুকবধিৰ মাতৃ আৰু তেওঁৰ বাকহীনা (Differently Abled Mother And Daughter) ২২ বছৰীয়া কন্যাক ধৰ্ষণ কৰিয়েই ক্ষান্ত নাছিল। ধৰ্ষণ কৰাৰ পিছতে “যৌনাংগত” সানিছিল জলকীয়া গুৰিও (Smear Chilli Powder On The Private Parts Of Both Mother And Daughter)

লাভ কৰা তথ্য অনুসৰি ২২ বছৰীয়া কন্যাই বিবাহ বিচ্ছেদ হোৱাৰ পিছত গুৱাহাটীৰ সাতগাঁৱৰ (Guwahati’s Satgaon) তালতলাত থকা নিজৰ বাসগৃহত মাতৃৰ সৈতে বাস কৰিছিল।

লগতে পঢ়কঃ Guwahati Girl Suicide: নামত বন্ধু, কামত শত্ৰু! বন্ধুৱে যুৱতীৰ “অশ্লীল ফটো” ছচিয়েল মিডিয়াত কৰিলে আপলোড; লাজে-ভয়ে ১৯ বছৰীয়া যুৱতীয়ে কৰিলে আত্মহত্যা…

সেই সময়ছোৱাত ৫৫ বছৰীয়া অৰুণ প্ৰধান ওৰফে লুটে প্ৰধান নামৰ এজন লোকে মাতৃগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু এই সম্পৰ্ক প্ৰধানৰ পৰিয়ালে মানি লোৱা নাছিল যাৰ বাবে দুয়োটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হৈছিল।

Guwahati Gang Raped

এই বিবাদ লাহে-লাহে বাঢ়ি যোৱাত বিবাহ প্ৰস্তাৱ দিয়া অৰুণ প্ৰধানৰ পুত্ৰ অমিত প্ৰধানসহ আন ৭জন লোকে ভুক্তভোগীৰ ঘৰত প্ৰৱেশ কৰি মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ কৰি দুয়োৰে গুপ্তাংগত জলকীয়াৰ গুৰি লগাই দিয়ে (Guwahati Gang Raped Smear Chilli Powder On The Private Parts)

ঘটনাৰ বিষয়ে জানিব পাই চুবুৰীয়াই সাতগাঁও থানাত (Satgaon Police Station) এজাহাৰ দাখিল কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে অচেতন অৱস্থাত মাতৃ-কন্যাক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ (GMCH) প্ৰেৰণ কৰে।

জৰুৰীকালীন স্বাস্থ্যসেৱাৰ জৰিয়তে চিকিৎসালয় কৰ্তৃপক্ষই দুয়োৰে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছত সাতগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৬, ২৯৪, ৩৫৪ আৰু ৩৫৪ (বি) ধাৰাত অভিযোগৰে ৯২/২৩ নম্বৰৰ গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰে। কিন্তু আৰক্ষীয়ে প্ৰথমে তেওঁলোকৰ গোচৰত ধৰ্ষণৰ অভিযোগ পঞ্জীয়ন কৰা নাছিল (Guwahati Gang Raped)

প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে অভিযুক্ত অমিত প্ৰধান, বিমল চেত্ৰী, ছয়া প্ৰধান আৰু সন্ধিয়া সোণাৰক গ্ৰেপ্তাৰ কৰে (4 Rapist Arrest By Satgaon Police)

কিন্তু পুত্ৰ আৰু আনজন অভিযুক্তক জেলৰ পৰা উলিয়াই অনাৰ লক্ষ্যৰে অৰুণ প্ৰধানে মহিলাগৰাকীক বিয়া কৰোৱাৰ লগতে কৌশলেৰে মহিলাগৰাকীৰ দ্বাৰা গোচৰৰ সকলো অভিযোগ উঠাই লয় যদিও জি এম চি এইচৰ চিকিৎসা প্ৰতিবেদনত ধৰ্ষণ নিশ্চিত হোৱাৰ পিছতহে বিষয়টো চৰ্চালৈ আহে আৰু যাৰ ফলত আৰক্ষীয়ে গোচৰটোত আই পি চিৰ ৩৭৬ ধাৰাৰ অভিযোগ সংযোজন কৰিবলৈ বাধ্য হৈ পৰে (Guwahati Gang Raped)

জানিব পৰা মতে, এই ঘটনাৰ চাৰিজন অভিযুক্তক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বিপৰীতে পলাতক অৱস্থাত আছে বাকী চাৰিজন অভিযুক্ত (Guwahati Gang Raped)

Photo: Google

লগতে পঢ়কঃ Home Tips Dirty Stains: জানি থওক! অজানিতে কাপোৰত কেতিয়াবা বেয়াকৈ “দাগ” লাগি যায়; সেইবোৰ কেনেকৈ আঁতৰ কৰে? আমি দিম কেইটামান সহজ Tips, আহক জানি লওক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -