33 C
Guwahati
Monday, April 29, 2024

Nagaland Massive Rock Falls: মৃত্যু এনেকৈয়ে আহে! মাত্ৰ ১ ছেকেণ্ড; তাৰ পিছত সকলো শেষ…পাহাৰৰ পৰা খহি পৰিল এটা প্ৰকাণ্ড শিল, মুহূৰ্ততে চেপেটা কৰি থৈ গ’ল ২জন লোকসহ ৩খন গাড়ীক, Watch Viral Video

Nagaland Massive Rock Falls: দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ নাম পাকালা পাহাৰ। অতি ভূমিস্খলনপ্ৰৱণ অঞ্চল বুলি জনা যায় এই ঠাইখিনিক

Must Read

Nagaland Massive Rock Falls Viral Video: নাগালেণ্ডৰ ডিমাপুৰ-কহিমা মাজত চুমৌকেডিমাৰ (Dimapur’s Chumoukedima, Nagaland) ২৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা (Horrific Incident)।

ভূমিস্খলনৰ (Landslide) ফলত পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত ২জন লোকৰ কৰুণ মৃত্যু হয়। লগতে পাহাৰৰ পৰা নামি অহা শিলটোৱে চেপেটা কৰি থৈ গ’ল ৰৈ থকা ৩খনকৈ বাহনক (A Massive Rock Smashed A Car Leaving Two People Dead)

Watch Video:-

এটা শিল পাহাৰৰ পৰা বাগৰি পৰাৰ ফলত দুখনকৈ বাহন ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে আন এখন বাহন ধ্বংস হয় আন এটা শিল বাগৰি পৰাৰ ফলত। এই ঘটনাত আন ৩জন লোক গুৰুতৰভাৱে আহত হয় (Three People Seriously Injured)

Nagaland Massive Rock Falls

দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ নাম পাকালা পাহাৰ। অতি ভূমিস্খলনপ্ৰৱণ অঞ্চল বুলি জনা যায় এই ঠাইখিনিক (Nagaland Massive Rock Falls)

২জন লোকৰ মৃত্যু হোৱা এই ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই (Neiphiu Rio
Chief Minister of Nagaland)

মুখ্যমন্ত্ৰীয়ে কয়, আহতসকলৰ চিকিৎসাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভুক্তভোগীৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে (Nagaland Massive Rock Falls)

Photo: Twitter

লগতে পঢ়কঃ Guwahati Gang Raped: শিঁয়ৰি উঠিব গাৰ নোম! মুকবধিৰ মাতৃ-কন্যাক ৮ পাষণ্ডৰ “দলবদ্ধ ধৰ্ষণ”; ধৰ্ষণতে ক্ষান্ত নাথাকি “যৌনাংগত” সানিলে জলকীয়াৰ গুৰি, ৪ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -