29 C
Guwahati
Thursday, May 9, 2024

Maharashtra Horrific Accident: খুবেই ভয়ংকৰ! প্ৰথমে ৪খন গাড়ীক খুন্দিয়াই এখন ট্ৰাকে; তাৰ পিছত সকলো ভাঙি-ছিঙি সোমাই যায় এখন হোটেলত, ১০জনে হেৰুৱালে প্ৰাণ…

Maharashtra Horrific Accident: জানিবলৈ দিয়া অনুসৰি নিয়ন্ত্ৰণহীন কণ্টেনাৰ ট্ৰাকে প্ৰথমে ৪খন বাহনত মাৰে খুন্দা। তাৰ পিছত হাইৱে'ত থকা এখন হোটেলত সোমাই যায়

Must Read

Maharashtra Horrific Accident 10 Person Died: মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ (Maharashtra Dhule) শিৰপুৰ তালুকাত (Shirpur Taluka) ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Accident) সংঘটিত হয়।

জানিবলৈ দিয়া অনুসৰি নিয়ন্ত্ৰণহীন কণ্টেনাৰ ট্ৰাকে প্ৰথমে ৪খন গাড়ীত খুন্দা মাৰে (Container Truck Colided With 4 Car) আৰু তাৰ পিছত হাইৱে’ত থকা এখন হোটেলত সোমাই যায়। PTIৰ অনুসৰি, দুৰ্ঘটনাটোত ১০ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় (Maharashtra Horrific Accident 10 Person Died)

Maharashtra Horrific Accident Maharashtra Horrific Accident

আনহাতে ২৮ গৰাকীতকৈও অধিক লোক গুৰুতৰভাবে আহত হয় (Several Injured)। দুৰ্ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

মিডিয়া ৰিপৰ্টছ অনুসৰি, হোটেলখনত ৰৈ যাত্ৰীসকলে আহাৰ গ্ৰহণ কৰি আছিল। উপস্থিত থকা লোকসকলে জানিবলৈ দিয়া অনুসৰি দ্ৰুতগতিত অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই হোটেলত সোমাই যায়। ইয়াৰ পিছতে নিৰহ যাত্ৰীসকলৰ মাজত চিঞৰ-বাখৰ আৰম্ভ হৈ যায় (Maharashtra Horrific Accident)

আহতসকলক শিৰপুৰ আৰু ধুলেৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটো দুপৰীয়া প্ৰায় ১২ বজাত সংঘটিত হয়। এই দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন মধ্যপ্ৰদেশৰ তৰফৰ পৰা ধুলেৰ (Maharashtra Dhule) ফালে আহি আছিল।

এটা সপ্তাহতে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা (Maharashtra Horrific Accident)

ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশৰে সমৃদ্ধি এক্সপ্ৰেছ ৱে’ত বাছত ভয়ংকৰ জুই লাগিছিল। মহাৰাষ্ট্ৰৰ মুম্বাই-নাগপুৰ এক্সপ্ৰেছ ৱে’ত এখন ব্যক্তিগত বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ভয়ংকৰ দুৰ্ঘটনাটোত ৩৩ গৰাকী লোকৰ ভিতৰত ২৫ গৰাকী লোকৰ কৰুণ মৃত্যু ঘটিছিল।

Photo: Google

লগতে পঢ়কঃ Shah Rukh Khan Accident: ছুপাৰষ্টাৰ শ্বাহৰুখ খান দুৰ্ঘটনাত গুৰুতৰভাবে আহত; নাকৰ পৰা তেজ ওলোৱা বাবে ছাৰ্জাৰী কৰোৱাবলগীয়া হ’ল শ্বাহৰুখৰ, আমেৰিকাত হৈছে এই দুৰ্ঘটনা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -