28 C
Guwahati
Thursday, May 16, 2024

Ghosts White clothes Secrets: হাস্যকৰ কিন্তু সঁচা! বগা ৰঙৰ কাপোৰতে কিয় “ভূত”ক দেখুওৱা হয়? প্ৰায়ভাগ চিনেমাতে ভূতে কিয় বগা কাপোৰ পৰিধান কৰে; জানিবলৈ নিশ্চয় মন গৈছে হয়তো, গতিকে আহক জানো

Ghosts White clothes Secrets: নাটক বা চিনেমাত দেখা পোৱা ভূতে সদায় বগা পোছাক পিন্ধে। কিন্তু ভাবিছেনে কিয় পিন্ধে?

Must Read

Ghosts White clothes Secrets Viral News: ভূত ৰিয়েল লাইফত আছে নে নাই তাক লৈ সদায়ে বিতৰ্ক চলিয়েই থাকে।

অৱশ্যে ভূতৰ নাম শুনি ভয় নকৰা মানুহ ছাগৈ নায়েই। কিন্তু কেতিয়াবা ভাবিছেনে ৰীল লাইফত দেখা পোৱা ভূতে সদায় কিয় বগা কাপোৰ পিন্ধে?

ভূতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলক কিয় সদায় বগা কাপোৰে পিন্ধোৱা হয় (Why Ghosts Always Wear White Clothes In Movies Know Interesting Facts)

বিশেষকৈ মহিলা চৰিত্ৰত থকা ভূতবোৰকহে কিয় বগা ৰঙৰ পোছাকত দেখুওৱা হয় (Ghosts White clothes Secrets)?

আহক জানো ভূতক কিয় বগা কাপোৰত দেখুওৱা হয় (Ghosts White clothes Secrets)?-

১. বিশেষ কাৰণত চলচ্চিত্ৰ নিৰ্মাতাসকলে ভূতৰ ক্ষেত্ৰত বগা কাপোৰ ব্যৱহাৰ কৰে। ইয়াৰ আঁৰত মানসিক কাৰণ আছে। কিন্তু এই কথাটো মানিব লাগে যে বগা ৰঙৰ কাপোৰত ভূত দেখাটো যথেষ্ট ভয়ানক।

Ghosts White clothes Secrets
Ghosts White clothes Secrets

২. যেতিয়া কাৰোবাৰ মৃত্যু হয়, সেই মৃত লোকক সদায়ে বগা ৰঙৰ কাপোৰ উৰুৱাই দিয়া হয় আৰু সেই কথা সকলোৱে জানে আৰু সেইটো দৃশ্য সকলোৰে মগজুত থাকে। সেইবাবেই নাটক বা চিনেমাত বগা কাপোৰত ভূত দেখুওৱা হয়।

Ghosts White clothes Secrets

৩. যেতিয়া হত্যা বা দুৰ্ঘটনাৰ ফলত কাৰোবাৰ মৃত্যু হয়, তেতিয়া কিছুমানে বিশ্বাস কৰে যে অতৃপ্ত আত্মা পৃথিৱীত থাকে।

যিহেতু মানুহৰ শৰীৰটো শেষবাৰৰ বাবে বগা ৰঙৰ পোছাকত দেখা যায়, তেওঁ একে পোছাকত ঘূৰি আহে বুলি বিশ্বাস কৰে।

Ghosts White clothes Secrets

৪. যিহেতু ভূতক আন্ধাৰত দেখুওৱা হয়, গতিক আন্ধাৰত বগা ৰং জিলিকি থাকে আৰু ঘোৰ অন্ধকাৰত বগা ৰঙৰ ভয়ানক মেকআপত ভূতক আৰু বেছি ভয়ানক দেখা যায়। সেয়ে ধাৰাবাহিক বা চলচ্চিত্ৰত ভূতৰ চৰিত্ৰক বগা পোছাক পিন্ধোৱা হয় (Ghosts White clothes Secrets)

Ghosts White clothes Secrets

Photo: Google

লগতে পঢ়কঃ Dhubri 2 Officer Arrest: এশ গৰু মাৰিলে বাঘৰো মৰণ! বহুদিন ধৰি “ঘোচ” লৈ আছিল; অৱশেষত পৰিল ধৰা, ৩০ হাজাৰ টকা ঘোচ ল’ব লওতেই হাতে-লোটে গ্ৰেপ্তাৰ ২ বিষয়া, কেৱল এয়াই নহয় ঘৰৰ পৰা উদ্ধাৰ “টকাৰ পাহাৰ”…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -