26 C
Guwahati
Wednesday, May 8, 2024

Gas Cylinder Lifestyle Tips: জানি থওক! ভিজা কাপোৰে কৈ দিব আপোনাৰ চিলিণ্ডাৰত গেছ কিমান আছে; আজিয়েই কৰক Try, তাৰ আগতে জানি লওঁক এই সহজ Trickটো

Gas Cylinder Lifestyle Tips: এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আপোনালোকক এটা ঘৰুৱা আৰু কোনো খৰচ নোহাৱা সহজ কৌশলৰ (Trick) বিষয়ে ক'বলৈ ওলাইছো

Must Read

Gas Cylinder Lifestyle Tips Gas Checking: সুস্বাদু আহাৰৰ প্ৰস্তুতি চলাই আছে আৰু হঠাতে গেছ (Gas) শেষ হয় যায় তেতিয়া কি অৱস্থা হয় সেয়া সকলোৱে জানে। বিশেষকৈ ৰাতিৰ আহাৰ বনাই থাকোতে যদি গেছ শেষ হৈ যায় তেতিয়া কেইবাবাৰো বিস্কুট-নিমখীয়া বস্তু খাই ৰাতিটো কটাবলগীয়া হয়।

এয়া কোনো এখন ঘৰৰ কাহিনী নহয় এয়া সেইসকল লোকৰ ঘৰৰ সাধাৰণ ঘটনা যিসকল লোকৰ ঘৰত ছিংগল কানেকচন থাকে। এইসকলৰ ঘৰত হয়তো চিলিণ্ডাৰক দাঙি বা জ্বলি থকা জুই চাই চিলিণ্ডাৰ শেষ হোৱাৰ অনুমান কৰা হয়।

লগতে পঢ়কঃ Vastu Tips For Broom: জানি থওক! ভুলক্ৰমে ঝাড়ুত যদি ভৰি লাগি যায় তেন্তে লগে লগে কৰক এই কাম; অন্যথা দৰিদ্ৰতা ঘৰলৈ আহিবলৈ সময় নালাগিব; পিছে জানো আহক কি?

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আপোনালোকক এটা ঘৰুৱা আৰু কোনো খৰচ নোহাৱা সহজ কৌশলৰ (Trick) বিষয়ে ক’বলৈ ওলাইছো। চিলিণ্ডাৰত কিমান গেছ বাকী আছে (Gas Cylinder Lifestyle Tips)। ইয়াৰ বাবে আপুনি এখন ডাঙৰ কাপোৰ লওঁক আৰু কাপোৰখন ভালদৰে ভিজাই লওঁক। তাৰ পিছত কাপোৰখন সম্পূৰ্ণ চিলিণ্ডাৰটোৰ চাৰিওফালে মেৰিয়াই দিয়ক। চিলিণ্ডাৰটো তিতি যোৱাৰ কাপোৰখন আঁতৰাই দিয়ক।

এতিয়া আপুনি ভালকৈ চালে গম পাব যে চিলিণ্ডাৰটোৰ কিছু অংশ শুকাই আছে আৰু কিছু অংশ তিতি আছে। কিয়নো শুকান অংশ সেইখিনি হয় য’ত গেছ নাই (Gas Cylinder Lifestyle Tips)। এনেদৰে আপুনি সহজতে জানিব পাৰিব যে চিলিণ্ডাৰত কিমান গেছ আছে। ইয়াৰ বাবে দুই-তিনি দিনৰ মূৰে মূৰে এই কৌশলৰ জৰিয়তে এবাৰ গেছৰ বিষয়ে জানি সময় থাকোতে চিলিণ্ডাৰ বুক কৰিব পাৰে।

কিয়নো খালী অংশভাগ গৰম হয় তুলনামূলকভাৱে ভৰ্তি হৈ থকা লিকুইড গেছৰ তুলনাত। এনে পৰিস্থিতিত তিতা কাপোৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে গোটেই চিলিণ্ডাৰটো তিতি যায় কিন্তু খালী অংশভাগ সোনকালে শুকাবলৈ আৰম্ভ কৰে (Gas Cylinder Lifestyle Tips)। এনে পৰিস্থিতিত, এনে এটা সময় আহে যেতিয়া চিলিণ্ডাৰত স্পষ্টভাৱে দেখা যায় যে শুকোৱাৰ পিছতো কিমান অংশ তিতি থাকে। এনেদৰে আপুনি গেছৰ পৰিমাণ সহজে চিনাক্ত কৰিব পাৰিব।

Photo: Google

লগতে পঢ়কঃ NF Railway Cancel Trains Manipur: হিংসাত্মক ঘটনাৰ পিছত মণিপুৰত বাতিল ৰে’ল চলাচল; ৰাজ্যখনলৈ যাবলগীয়া সকলো ৰে’ল সেৱা কৰিলে বন্ধ, জানি লওক বাতিল হোৱা ৰে’লকেইখন কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -