25 C
Guwahati
Monday, May 20, 2024

Charaideo Daughter Killed: নাৰকীয় ঘটনা! লাঠীৰে কোবাই কোবাই পিতৃয়ে হত্যা কৰিলে ১০ বছৰীয়া কন্যাক, এই ঘটনা অসমৰে…

Charaideo Daughter Killed By Father: চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমনত এক নাৰকীয় ঘটনা সংঘটিত হৈছে

Must Read

Charaideo Daughter Killed By Father: চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমনত এক নাৰকীয় ঘটনা সংঘটিত হৈছে। পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।

পাষাণ পিতৃয়ে ১০ বছৰীয়া কন্যাক লাঠীৰে কোবাই কোবাই কৰিলে হত্যা (10 Year Old Girl Beaten To Death By Father In Charaideo)। বুধবাৰে নিশা টিমন চাহ বাগিচাৰ কাকতিবাৰী আৰক্ষী থানাৰ সমীপত (Timon Tea Garden Under Kakotibari Police Station) সঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডটো (Horrific Murder Case)

পিতৃয়ে নমৰাপৰ্যন্ত কন্যাক লাঠীৰে কোবাই থাকে (Allegedly Beaten To Death By Her Father), শেষত পিতৃৰ লাঠীৰ কোব সহ্য় কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কণমানিজনীয়ে (Charaideo Daughter Killed By Father)। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, হত্যাকাৰী লোকজনে প্ৰায়ে মাৰধৰ কৰে পত্নীক, কিন্তু বুধবাৰে নিশা কন্যাক কৰে মাৰপিট।

স্থানীয় লোকে জনোৱা অনুসৰি, পিতৃৰ কোবৰ ভয়ত চিঞৰি চিঞৰি সহায়ো বিচাৰে ওচৰ-চুবুৰীয়াৰ পৰা, কিন্তু ঘটনাস্থলীলৈ কোনো লোক আহি পোৱাৰ পূৰ্বে প্ৰাণ হেৰুৱায় (Charaideo Daughter Killed)

ইয়াৰ পিছতেই হত্যাকাৰী পিতৃ ভুৱন গৰাইটে (৪২) পলাই সাৰিবলৈ চেষ্টা কৰে। কিন্তু পলায়ন কৰা ভুৱন গৰাইটক কাকতিবাৰী আৰক্ষীয়ে (Kakotibari Police) কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইফালে উপস্থিত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (Charaideo Daughter Killed)

উল্লেখযোগ্য যে, অভিযুক্ত ভুৱন গৰাইটৰ বিৰুদ্ধে পূৰ্বেও পত্নীক অত্যাচাৰ চলাই ঘৰলৈ খেদি পঠোৱাৰ অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে কাকতিবাৰী আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ ওলাই পৰিব।

Photo: Google

লগতে পঢ়কঃ Gas Cylinder Lifestyle Tips: জানি থওক! ভিজা কাপোৰে কৈ দিব আপোনাৰ চিলিণ্ডাৰত গেছ কিমান আছে; আজিয়েই কৰক Try, তাৰ আগতে জানি লওঁক এই সহজ Trickটো

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -