28 C
Guwahati
Tuesday, May 14, 2024

Dahi For Money And Success: “দৈ”ত এইবিধ বস্তু মিহলাই গা ধুলে কেতিয়াও নাহিব “দৰিদ্ৰতা”; টকা-পইচাৰে ভৰি থাকিব আপোনাৰ মানীবেগ, লগতে আছে আৰু বহুকেইটা উপায়…

Dahi For Money And Success: হিন্দু ধৰ্মত দৈৰ বিশেষ তাৎপৰ্য আছে। পূজাত ব্যৱহাৰ হোৱা পঞ্চামৃতৰ পৰা আৰম্ভ কৰি দৈৰে শিৱ ভগৱানক জলাভিষেক কৰোৱা বহুত শুভ বুলি গণ্য কৰা হয়। দৈৰ বহু এনে উপায় আছে। যিয়ে জীৱনৰ সৈতে সম্পৰ্কিত সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে

Must Read

Dahi For Money And Success In Life: হিন্দু ধৰ্মত (Hindu Religious) দৈৰ বিশেষ তাৎপৰ্য আছে। পূজা-পাঠত ভগৱানক ভোগ দিয়াৰ বাবে পঞ্চামৃতত দৈৰ ব্যৱহাৰ কৰা হয়।

আনহাতে দৈৰে ভগৱানক স্নান কৰোৱাটোও শুভ বুলি জনা যায়। লোকবিশ্বাস যে দৈ খালে সকলো সংকট দূৰ হয়, কেতিয়াবা আমি দেখো যে যিকোনো শুভ কামত যোৱাৰ পূৰ্বে দৈ খাইহে ঘৰৰ পৰা ওলাই যাওক (Dahi For Money And Success In Life)

ইয়াৰ লগতে দৈৰ আৰু কিছুমান উপায় কৰিলে জীৱনৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

Dahi For Money And Success

লগতে পঢ়কঃ Chanakya Niti For Men: এইবোৰ গুণ থকা পুৰুষৰ প্ৰেমত পৰে মহিলা; আপোনাৰো আছে নেকি এনে গুণ, জানিবলৈ পঢ়ি চাওক কি কি গুণ?

ঘৰতে কৰক দৈৰ কিছুমান উপায়, যিয়ে আপোনাক লাভ দিব (Dahi For Money And Success)-

১. ভগৱান শিৱক গাখীৰৰ সৈতে দৈৰে স্নান কৰোৱাও যথেষ্ট শুভ বুলি কোৱা হয়। যদি কোনো লোক আৰ্থিক অনাটনত ভুগি আছে তেন্তে ভগৱান শিৱক দৈৰে অভিষেক কৰোৱাব লাগে।

২. যদি কোনো লোক বাৰে-বাৰে প্ৰতিটো কামতে অসফলতা লাভ কৰে, তেন্তে যিকোনো শুভ কাম কৰাৰ পূৰ্বে কপালত দৈ আৰু চাউলৰ ফুট লগাই ওলাই যাওক, কাম হৈ উঠিব (Dahi For Money And Success)

৩. শাস্ত্ৰ অনুসৰি কুণ্ডলী আৰু গ্ৰহ দোষ দূৰ কৰিবলৈ সদায় দৈ খাব লাগে। ইয়াৰ দ্বাৰা গ্ৰহ দোষৰ বাবে অহা সমস্যাৰ সমাধান হ’ব।

৪. জ্যোতিষ শাস্ত্ৰ অনুসৰি ধন-সম্পত্তি পাবলৈ আৰু ধনৰ হানি বাধা দিবলৈ সদায় দৈত আতৰ ঢালি স্নান কৰক। যথেষ্ট লাভ হ’ব (Dahi For Money And Success)

৫. যদি কোনো লোকে গুৰুত্বপূৰ্ণ কাম কৰিবলৈ গৈ আছে, তেন্তে ইয়াৰ পূৰ্বে চেনিৰ সৈতে দৈ খাই ওলাই যাওক, এইটো যথেষ্ট লাভদায়ক হ’ব। ইয়াৰ মুখ্য কাৰণ হ’ল যে দৈয়ে আমাৰ মগজু আৰু শৰীৰত ঠাণ্ডা প্ৰভাৱ পেলায়।

৬. জ্যোতিষ শাস্ত্ৰ অনুসৰি, যদি সন্তান খিংখিঙীয়া হৈছে বা পঢ়াত মন দিয়া নাই, তেন্তে ৰূপৰ চামুচ বা বাটিত দৈ ৰাখি শুৱাৰ সময়ত তেওঁলোকৰ মূৰৰ কাষত ৰাখক।

ইয়াত অলপ দূৰত ৰাখিব আৰু পুৱা এই দৈখিনিক নদী বা পানীত উটুৱাই দিয়ক। এইটো কৰি থাকিলে সন্তানৰ মন শান্ত হ’ব, খং কমিব আৰু তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হ’ব।

Photo: Google

লগতে পঢ়কঃ Tinsukia Child Harassment: সভ্য সমাজৰ অসভ্য লোক! ঘৰত বনকৰা কিশোৰীৰ গাত “উতলা গৰম পানী” ঢালিলে স্বামী-স্ত্ৰীয়ে; স্বামী এজন ছাত্ৰ নেতা আৰু পত্নী এগৰাকী শিক্ষয়িত্ৰী, কিন্তু কৰ্মকাণ্ড এয়া…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -